ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ১ লাখ টকাৰ অনুদান নলবাৰী কংগ্ৰেছ সভাপতিৰ - মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ১ লাখ টকাৰ অনুদান নলবাৰী কংগ্ৰেছ সভাপতিৰ

এই সময়ছোৱাত প্ৰধানমন্ত্ৰী আহ্বানক সমৰ্থন জনাই সামাজিক দূৰত্ব বজাই সজাগ হৈ থাকিবলৈ ৰাজ্যবাসীক অহ্বান জনাই সভাপতিগৰাকীয়ে ৷

১ লাখ টকাৰ অনুদান নলবাৰী কংগ্ৰেছ
১ লাখ টকাৰ অনুদান নলবাৰী কংগ্ৰেছৰ
author img

By

Published : Apr 4, 2020, 6:41 PM IST

নলবাৰী, 4 এপ্ৰিলঃ অসমবাসীৰ এই দুৰ্যোগৰ সময়ত ৰাইজৰ বাবে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ নলবাৰী জিলা কংগ্ৰেছৰ হৈ 1 লাখ টকাৰ সাহাৰ্য আগবঢ়াই নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনে ৷ এই সময়ছোৱাত বিৰোধী দলটোৱে শাসনাধিষ্ঠিত চৰকাৰক সকলো প্ৰকাৰে সমৰ্থন জনোৱাৰ চেষ্টা চলাই অহা বুলি জানিবলৈ দিয়াৰ লগতে আগন্তুক দিনলৈয়ো পাৰ্যমানে ৰাইজৰ বাবে দলটোৱে কাম কৰি যাব বুলি সভাপতিগৰাকীয়ে মন্তব্য় কৰে ৷ লগতে এই সময়ছোৱাত প্ৰধানমন্ত্ৰী আহ্বানক সমৰ্থন জনাই সামাজিক দূৰত্ব বজাই সজাগ হৈ থাকিবলৈ সভাপতিগৰাকীয়ে ৰাজ্যবাসীক অহ্বান জনাই ৷

নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মন

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.