ETV Bharat / state

নলবাৰীৰ পৰা সন্ধানহীন যুৱক

author img

By

Published : Dec 24, 2019, 3:30 AM IST

বৃহস্পতিবাৰেই নলবাৰীৰ ইণ্ডাষ্ট্ৰি চ'কলৈ কাম কৰিব ওলাই গৈ ঘৰলৈ উভতি অহা নাই মুনা দাস ৷ সকলোতে বিচাৰ-খোচাৰ কৰিও পোৱা নাই কোনো সম্ভেদ ৷

Nalbari boy missing
নলবাৰীত সন্ধানহীন যুৱক

নলবাৰী, 23 ডিচেম্বৰঃ এগৰাকী মাতৃৰ হিয়া ভঙা কান্দোন ৷ নিৰুদ্দিষ্ট পুত্ৰৰ সন্ধান নাপাই টুকিছে চকুলো ৷ কামলৈ বুলি ওলাই গৈ বিগত পাঁচদিনে উভতি অহা নাই নলবাৰীৰ চৰিয়া গাঁৱৰ মুনা দাস ৷ সকলোতে বিচাৰ-খোচাৰ কৰিও পোৱা নাই কোনো সম্ভেদ ৷ বৃহস্পতিবাৰেই নলবাৰীৰ ইণ্ডাষ্ট্ৰি চ'কলৈ কাম কৰিব ওলাই যোৱা মুনাৰ নিৰুদ্দেশৰ ঘটনাই দুঃচিন্তাত পেলাইছে পৰিয়ালৰ লোকক ৷

নলবাৰীত সন্ধানহীন যুৱক

ইতিমধ্যে ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও এই পৰ্যন্ত লাভ কৰা নাই কোনো সম্ভেদ ৷ কোনো সদাশয় লোকে যুৱকজনক দেখিলে ৮৮৭৬২৫১০৫৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক- ঘণ্টাজোৰা সংবাদমেলত কি কি ক'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই !

Intro:নলবাৰীত এগৰাকী মাতৃৰ হিয়া ভঙা কান্দোন।নিৰুদ্দিষ্ট পুত্ৰৰ সন্ধান নাপাই টুকিছে চকুলো ।Body:নিজ পুত্ৰক হেৰোৱাৰ বেদনাত কাতৰ নলবাৰীৰ চৰিয়া গাওঁৰ এইগৰাকী বৃদ্ধা মাতৃ।কামলৈ বুলি ওলাই গৈ বিগত পাঁ‌চদিন ধৰি ঘৰলৈ উভতি অহা নাই তেওঁৰ কণিষ্ঠ পুত্ৰ মুনা দাস ।যোৱা বৃহস্পতিবাৰতেই নলবাৰীৰ ইণ্ডাষ্ট্ৰি চ'কলৈ কাম কৰিব ওলাই যোৱা মুনাৰ নিৰুদ্দেশৰ ঘটনাই এতিয়া দুঃশ্চিন্তাত পেলাইছে সকলোকে।সকলোতে বিচাৰ-খোচাৰ কৰিও পোৱা নাই কোনো সম্ভেদ।ইতিমধ্যে ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও পোৱা নাই কোনো শুং-সুত্ৰ।

কোনো সদাশয় লোকে যুৱকজনক ক'ৰবাত দেখিলে ৮৮৭৬২৫১০৫৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।

Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.