ETV Bharat / state

তাঁতশালত সপোনৰ বুটা বাচিছে নলবাৰীৰ নয়নে

author img

By

Published : Oct 31, 2019, 1:22 PM IST

স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন নলবাৰীৰ যুৱকৰ ৷ তাঁতশালতে সপোন দেখিছে নলবাৰীৰ নয়নে ৷ শেহতীয়াকৈ যুৱকজনে দুখনকৈ তাঁতশালত নিজা প্ৰচেষ্টাৰে প্ৰস্তুত কৰিছে বহু কেইযোৰ পাত-মুগাৰ কাপোৰ ।

স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন নলবাৰীৰ যুৱকৰ

নলবাৰী, 31অক্টোবৰঃ বস্ত্ৰ নগৰী শুৱালকুছিৰ শিপিনীক চেৰ পেলাই পাট মূগাৰ কাপোৰ উৎপাদনেৰে নলবাৰীৰ এজন উদীয়মান যুৱকে তাঁতশালৰ যোগেদি স্বাৱলম্বী হৈছে ৷ যি সময়ত ৰাজ্যত নিবনুৱা যুৱক-যুৱতী সকলে সংস্থাপন বিচাৰি বহিঃ ৰাজ্যলৈ ঢাপলি মেলিছে তেনে সময়তে নলবাৰীৰ বড়িগোগ-বনভাগ মৌজাৰ আমৰা গাঁৱৰ নয়নমনি দাসে তাঁতশালতে দেখিছে স্বাৱলম্বিতাৰ সপোন । নয়নে ১২ বছৰ বয়সতে বস্ত্ৰ নগৰী শুৱালকুছিত তাঁতশালত কাপোৰ বোৱাৰ প্ৰশিক্ষণ লয় যদিও আৰ্থিক দৈন্যতাৰ বাবে নিজাববীয়াকৈ শালৰ কাম কৰিব পৰা নাছিল। শেহতীয়াকৈ যুৱকজনে দুখনকৈ তাঁতশালত নিজা প্ৰচেষ্টাৰে বহু কেইযোৰ পাত-মুগাৰ কাপোৰ প্ৰস্তুত কৰিছে। অৱশ্যে নয়নে বৰ্তমানলৈকে কোনো চৰকাৰী ঋণ অথবা সা-সুবিধা লাভ কৰিলৈ সক্ষম হোৱা নাই ।

স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন নলবাৰীৰ যুৱকৰ

লগতে পঢ়কঃEtv Bharat Impact: নিপন গোস্বামীলৈ মুখ্যমন্ত্ৰীৰ 50 হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য

Intro:স্বাবলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন নলবাৰীৰ যুৱকৰ

তাঁতশালতে সপোন দেখিছে নলবাৰীৰ নয়নেBody:চাকৰিৰ পিছত মৰীচিকা খেদি ফুৰা একাংশ নিবনুৱা যুৱক - যুৱতীৰ বিপৰীত চাকৰি আশা ত্যাগ কৰি তাত শালত কাপোৰ উৎপাদনেৰে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে নলবাৰীৰ এগৰাকী যুৱকে ।
বস্ত্ৰ নগৰী শুৱালকুছিৰ শিপিনীক চেৰ পেলাই পাট মূগাৰ কাপোৰ উৎপাদনেৰে নলবাৰীৰ এজন উদিয়মান যুৱকে তাঁতশালতে দেখিছে স্বাৱলম্বিতাৰ সপোন । যি সময়ত ৰাজ্যত নিবনুৱা যুৱক-যুৱতী সকলে সংস্হাপন বিচাৰি বহিঃ ৰাজ্যলৈ ঢাপলি মেলিছে তেনে সময়তে নলবাৰীৰ বড়িগোগ- বনভাগ মৌজাৰ আমৰা গাঁওৰ নয়নমনি দাসে তাঁতশালতে দেখিছে স্বাৱলম্বিতাৰ সপোন । ১২ বছৰ বয়সতে বস্ত্ৰ নগৰী শুৱালকুছিত তাঁতশালত কাপোৰ বোৱা প্ৰশিক্ষণ লয় যদিও আৰ্থিক দৈন্যতা হেতু নিজাববীয়াকৈ শালৰ কাম কৰিব পৰা নাছিল । শেহতীয়াকৈ যুৱকজনে দুখনকৈ তাঁত শালত ৰচিছে সপোন । এখোজ- দুখোজ কৈ স্বাৱলম্বিতাৰ ক্ষেএত বহুখোজ আগুৱাব বিচৰা যুৱক জনে আজিলৈকে কোনো চৰকাৰী লোন অথবা সা-সুবিধা লাভ কৰিলৈ সক্ষম নহল ।সম্পূৰ্ন নিজৰ প্ৰচেষ্টাত এগৰাকী শিপিনি নিয়োগ কৰি এই দুখন তাঁতশালতে তৈয়াৰ কৰি উলিয়াইছে বহু কেইযোৰ পাত-মুগাৰ কাপোৰ ।চৰকাৰী ভাবে কিছু সাহাৰ্য্য লাভ কৰিলে যুৱকজনে আগবাঢ়ি যোৱাত সহায় হ'লহেঁতেন ।

বাইট-নয়নমনি দাসConclusion:নলবাৰীৰ পৰা কৈলাস ডেকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.