ETV Bharat / state

আইআইটি গুৱাহাটীৰ উদ্যোগত বান সাহাৰ্য বিতৰণ - IIT guwahati flood relief distribute in nalbari

দেওবাৰে আইআইটি গুৱাহাটীৰ উদ্যোগত নলবাৰীত সাহাৰ্য বিতৰণ ৷ আইআইটিৰ শিক্ষাৰ্থীৰ এই দলটোৱে নলবাৰীৰ উপৰিও মৰিগাঁও, বৰপেটা, বাক্সাকে ধৰি বানাক্ৰান্ত কেইবাখনো জিলাত বান সাহাৰ্য বিতৰণ কৰিব বুলি সদৰি কৰে ।

আইআইটি গুৱাহাটী
আইআইটি গুৱাহাটীৰ উদ্যোগত বান সাহাৰ্য বিতৰণ
author img

By

Published : Aug 9, 2020, 2:07 PM IST

নলবাৰী, 9 আগষ্টঃ নলবাৰীৰ বানপিড়িত অঞ্চলত বান সাহাৰ্য বিতৰণ । আইআইটি গুৱাহাটীৰ উদ্যোগত নলবাৰীত সাহাৰ্য বিতৰণ বন্যাৰ্তৰ মাজত । শিক্ষানুষ্ঠানখনৰ ছাত্ৰ সমাজ ওলাই আহিল বানপীড়িত দুখীয়া লোকসকলক সহায় কৰিবলৈ । শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ইমৰাদ ইছলামৰ তত্বাৱধানত স্থানীয় লোকৰ সহযোগত জিলাখনৰ বৰবুকীয়া, বৰশিমলুৱা, কোটালকুছি আৰু সানেকুছিকে ধৰি কেইবাখনো বানাক্ৰান্ত গাঁৱৰ দুখীয়া লোকৰ মাজত আলু, দাইল, কাপোৰকে ধৰি নিত্য ব্যৱহাৰ্য বিভিন্ন সামগ্ৰী বিতৰণ কৰে । উল্লেখ্য যে, আইআইটিৰ শিক্ষাৰ্থীৰ এই দলটোৱে নলবাৰীৰ উপৰিও মৰিগাঁও, বৰপেটা, বাক্সাকে ধৰি বানাক্ৰান্ত বিভিন্ন জিলাতো বিতৰণ কৰিছে সাহাৰ্য ৷

আইআইটি গুৱাহাটীৰ উদ্যোগত বান সাহাৰ্য বিতৰণ

আৰু পঢ়কঃ চিপ লোৱা অৱস্থাত উদ্ধাৰ নিৰুদ্দিষ্ট নাবালিকাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.