ETV Bharat / state

বিজেপিৰ চৰকাৰক বাংলাদেশী চৰকাৰ আখ্যা! - human chain

মঙলবাৰে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত তথা নলবাৰী জিলা সমিতিৰ উদ্যোগত গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদে নলবাৰী উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷

নলবাৰীত মানৱ শৃংখল কাৰ্যসূচী
নলবাৰীত মানৱ শৃংখল কাৰ্যসূচী
author img

By

Published : Sep 15, 2020, 6:36 PM IST

নলবাৰী, 15 ছেপ্টেম্বৰ : প্ৰতাৰিত হোৱাৰ বাবেই নলবাৰীত মানৱ শৃংখল কাৰ্যসূচী ৷ এই কাৰ্যসূচী গ্ৰহণ কৰিছে গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদে ৷ উল্লেখ্য যে,অসম চৰকাৰে বিভিন্ন ক্ষেএত গৰীয়া মৰিয়া দেশী সকলক প্ৰতৰণা কৰি অহা পৰিলক্ষিত হৈছে ৷

বিজেপিৰ চৰকাৰক বাংলাদেশী চৰকাৰ আখ্যা!

যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত তথা নলবাৰী জিলা সমিতিৰ উদ্যোগত গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদে নলবাৰী উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । এই কাৰ্যসূচীত গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নেতৃত্বই বিভিন্ন দাবী তথা শ্ল'গানেৰে নলবাৰী উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখভাগ উত্তাল কৰি তোলাৰ লগতে সদৌ অসম গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ জিলা সভাপতি ৰিয়াজুল হকে 'এইখন খিলঞ্জীয়া চৰকাৰ নহয় বাংলাদেশী চৰকাৰ' বুলি মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক : চান্দা বিচাৰি হাৰাশাস্তি নকৰিবলৈ কাক আহ্বান জনালে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.