ETV Bharat / state

বৰক্ষেত্ৰীত মোডী বন্দনাত পঞ্চমুখ মন্ত্ৰী হিমন্ত

author img

By

Published : Apr 18, 2019, 12:55 AM IST

হাটখোলাত কুইন ওজাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিয়ে অসমত বিকাশৰ গংগা বোৱাই আনিবলৈ সক্ষম হৈছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ

বৰক্ষেত্ৰীত হিমন্তৰ নিৰ্বাচনী প্ৰচাৰ

নলবাৰী, 17 এপ্ৰিল : নৰেন্দ্ৰ মোডীক দুৰ্বল কৰিবলৈ কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে ৷ ভাৰতবৰ্ষ বিশ্বগুৰু হওক সেইয়া কংগ্ৰেছে বিচৰা নাই, কংগেছে ভাৰতক কাপুৰুষৰ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিছে ৷ নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ভাৰতবৰ্ষক বিশ্ব গুৰুৰ আসনলৈ লৈ যাবলৈ প্ৰস্তুতি কৰিছে ৷ সেয়েহে নৰেন্দ্ৰ মোডীক বিজয়ৰ পথলৈ লৈ যাব লাগিব ৷

বৰক্ষেত্ৰীত হিমন্তৰ নিৰ্বাচনী প্ৰচাৰ

বুধবাৰে নলবাৰীৰ বিজুলীঘাটৰ পৰা পদযাত্ৰা কৰি কালাগ হাটখোলাত কুইন ওজাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মোডী বন্দনাত পঞ্চমুখ হৈ পৰে মন্ত্ৰী হিমন্তৰ বিশ্ব শৰ্মা ৷ লগতে বিজেপিৰ কাৰ্যকালতে অসমত বিজেপিয়ে বিকাশৰ গংগা বোৱাই আনিবলৈ সক্ষম হৈছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

Slug Himanta Biswa Sarma
17Apr19
Story FTP

বৰক্ষেত্ৰীত হিমন্তৰ নিৰ্বাচনী প্ৰচাৰ।

মোদী বন্দনাত পঞ্চমুখ হিমন্ত।

OCVO=নলবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ।নলবাৰীৰ বিজুলীঘাটৰ পৰা পদযাত্ৰা কৰি আহি কালাগ হাটখোলাত এখন নিৰ্বাচনী সভাত অংশ লৈ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ হৈ প্ৰচাৰ চলাই হিমন্ত বিশ্বই।আনহাতে ভাষণত কোনো নতুনত্ব নাই হিমন্ত বিশ্বৰ পুৰণি কেছেট বজাই সভা সামৰিলে হিমন্ত বিশ্বই।বিজুলীঘাটৰ পৰা পদযাত্ৰা কৰি হিমন্ত পালে কালাগ হাটখোলা আৰু কালাগ হাটখোলাত প্ৰচাৰ সভাত অংশ লৈ হিমন্ত ই গালে মোদী বন্দনা।ৰাইজৰ ওচৰত ভোট ভিক্ষা কৰিলে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী কুইন ওজাৰ হৈ।

কৈলাস ডেকা, নলবাৰী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.