ETV Bharat / state

নলবাৰীত স্থানপ্ৰাপ্তৰ তালিকাৰ আটাইকেইটাত ছাত্ৰীৰ আধিপত্য

নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত এমবিচিয়াচ একাডেমীৰ পৰা কলা শাখাত পঞ্চম স্থান লাভ কৰে মালবিকা ভৰদ্বাজে ৷ লগতে একে শাখাত দশম স্থান লাভ কৰে ধমধমাৰ ছাত্ৰী মমিনা আখতাৰে ৷ ছাত্ৰী দুগৰাকীৰ সাফল্যত স্বাভাৱিকতে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে জিলাখনত ৷

malabika bharadwaj secured 5th position in arts stream at HS Final exam 2020 nalbari assam etv bharat news
নলবাৰীত স্থানপ্ৰাপ্তৰ তালিকাৰ আটাইকেইটাত ছাত্ৰীৰ আধিপত্য
author img

By

Published : Jun 25, 2020, 6:19 PM IST

নলবাৰী,25 জুন: সদ্য় ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত এমবিচিয়াচ একাডেমীৰ পৰা কলা শাখাত পঞ্চম স্থান লাভ কৰে মালবিকা ভৰদ্বাজে ৷ জিলাখনৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণগাঁৱৰ ধ্ৰুবজিৎ ভট্টাচাৰ্য আৰু অঞ্জলী দেৱীৰ একমাত্ৰ কন্য়া মালবিকাই 471 নম্বৰ লাভেৰে এই স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

মালবিকাৰ কলাত পঞ্চম স্থান লাভ

ইয়াৰ লগতে কলা শাখাত দশম স্থান লাভ কৰিছে ধমধমাৰ ছাত্ৰী মমিনা আখতাৰে ৷ লুইত একাডেমী জুনিয়ৰ কলেজৰ ছাত্ৰী মমিনাৰ সফলতাত উছাহৰ ঢল বৈছে ধমধমাত । 466 নম্বৰেৰে দশম স্থান লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰীগৰাকী ভেলামাৰীৰ মজিদৰ ৰহমান আৰু মনোৱাৰা বেগমৰ কন্যা ৷

মমিনাই দশম স্থান লাভ কৰিছে কলা শাখাত

লগতে চাওকঃ বাণিজ্য শাখাৰ অষ্টম স্থানপ্ৰাপ্ত তৃষ্ণাৰ মন চাটাৰ্ড একাউণ্টটেণ্ট হোৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.