ETV Bharat / state

Free Health Camp: পূৱ নলবাৰী মণ্ডল বিজেপিৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ - Free health camp organised at Nalbari

বান শুকাল যদিও আঁতৰা ৱাই বানাক্ৰান্তৰ দুখ-দুৰ্দশা । দেখা দিছে বিভিন্ন ৰোগে । বানাক্ৰান্তক সকাহ দিয়াৰ উদ্দেশ্যেৰে নলবাৰীত বিশেষ পদক্ষেপ । পূৱ নলবাৰী বিজেপি মণ্ডলৰ উদ্যোগত আৰু সাৰথি হাস্পতালৰ সহযোগত নলবাৰীৰ বানাক্ৰান্ত অঞ্চল নমাটিত অনুষ্ঠিত কৰা হয় এক বিনামূলীয়া স্বাস্থ্যশিৱিৰৰ(Free health camp organised at Nalbari) ।

free health camp organised by sarathi hospital and pub nalbari mandal bjp
Free Health Camp: পূৱ নলবাৰী মণ্ডল বিজেপিৰ উদ্যোগত বানাক্ৰান্ত নমাটিত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন
author img

By

Published : Jul 19, 2022, 9:53 AM IST

নলবাৰী,১৮ জুলাই: বান বিভিষিকা শেষ হোৱাৰ পাছত এতিয়া বন্যাৰ্তক আন বহু বিপদে বেঢ়ি ধৰিছে । বিশেষকৈ বিভিন্ন প্ৰান্তত বন্যাৰ্তৰ মাজত দেখা দিছে বহু ৰোগে । সেয়ে বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ । অন্যান্য় প্ৰান্তৰ সমান্তৰালকৈ নলবাৰী জিলাৰ নলবাৰী বিধানসভা সমষ্টিতো আয়োজন কৰা হৈছে বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ(Free health camp organised at Nalbari) ।

পূৱ নলবাৰী মণ্ডল বিজেপিৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ

পূৱ নলবাৰী বিজেপি মণ্ডলৰ উদ্যোগত আৰু সাৰথি হাস্পতালৰ সহযোগত নলবাৰীৰ বানাক্ৰান্ত অঞ্চল নমাটিত এক বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে । বানে ধোৱা অঞ্চলটোত বিভিন্ন ৰোগ দেখা দিয়া বন্যাৰ্তক বিনামূলীয়াকৈ চিকিৎসা সেৱা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধো যোগান ধৰা হয়(Free treatment and medicine supply at Nalbari) । নমাটি মধ্য ইংৰাজী বিদ্যালয়ত বানত ক্ষতিগ্ৰস্থ অঞ্চলৰ ৰাইজৰ বাবে এই বিনামূলীয়া স্বাস্থ্য শিবিৰটিৰ আয়োজন কৰা হয় ।

উক্ত শিবিৰটোত বানপানী যোৱাৰ পিছত হোৱা বিভিন্ন ৰোগৰ সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ যোগান ধৰা হৈছে । উক্ত স্বাস্থ্য শিৱিৰটোত সাৰথি হাস্পতালৰ দুগৰাকীকৈ অভিজ্ঞ চিকিৎসক ক্ৰমে ডঃ হীৰক জ্যোতি দাস আৰু ডঃ গাৰ্গী দাসকে প্ৰমুখ্য কৰি এটি দল উপস্থিত থাকে লগতে উপস্থিত থাকে পূব নলবাৰী মণ্ডল বিজেপিৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা সকলেও এই কাৰ্যসূচীত উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়ায় ।

লগতে পঢ়ক: নাজিৰাবাসীক কন্দুৱাই অনন্তধামলৈ গ'লগৈ ডাঃ বিপুল হাতীকাকতি

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.