নলবাৰী, 14 নৱেম্বৰঃ নলবাৰীত বালি মাফিয়াৰ দৌৰাত্ম্য । দিনে নিশাই বালি মাফিয়াই পাগলাদিয়া নৈৰ বুকুত চলাইছে অবৈধ বালি খনন । চালান বিহীনভাৱে আৰু কৰ ফাঁকিৰে অহৰ্নিশে ডাম্পাৰ ট্ৰেক্টৰৰ সহায়ত বালি মাফিয়াই পাগলাদিয়া নদীৰ বুকুত খনন কাৰ্য চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । বালি মাফিয়াই জে চি বিৰ সহায়ত খনন চলাইছে জিলাখনৰ বৰমুৰিকোণাস্থিত পাগলাদিয়া পাৰঘাটত । স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত নলবাৰী বন বিভাগক অৱগত কৰে যদিও বৰ্তমান পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ অঞ্চলবাসীৰ ৷
নলবাৰীত কেমেৰাৰ সন্মুখতে বালি মাফিয়াৰ দৌৰাত্ম্য - sand syndicate
চালান বিহীনভাৱে আৰু কৰ ফাঁকিৰে অহৰ্নিশে ডাম্পাৰ ট্ৰেক্টৰৰ সহায়ত বালি মাফিয়া পাগলাদিয়া নদীৰ বুকুত খনন কাৰ্য চলোৱাৰ অভিযোগ স্থানীয়ৰ
![নলবাৰীত কেমেৰাৰ সন্মুখতে বালি মাফিয়াৰ দৌৰাত্ম্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5058290-thumbnail-3x2-dj.jpg?imwidth=3840)
নলবাৰীত বালি মাফিয়া
নলবাৰী, 14 নৱেম্বৰঃ নলবাৰীত বালি মাফিয়াৰ দৌৰাত্ম্য । দিনে নিশাই বালি মাফিয়াই পাগলাদিয়া নৈৰ বুকুত চলাইছে অবৈধ বালি খনন । চালান বিহীনভাৱে আৰু কৰ ফাঁকিৰে অহৰ্নিশে ডাম্পাৰ ট্ৰেক্টৰৰ সহায়ত বালি মাফিয়াই পাগলাদিয়া নদীৰ বুকুত খনন কাৰ্য চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । বালি মাফিয়াই জে চি বিৰ সহায়ত খনন চলাইছে জিলাখনৰ বৰমুৰিকোণাস্থিত পাগলাদিয়া পাৰঘাটত । স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত নলবাৰী বন বিভাগক অৱগত কৰে যদিও বৰ্তমান পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ অঞ্চলবাসীৰ ৷
নলবাৰীত বালি মাফিয়া
নলবাৰীত বালি মাফিয়া
Intro:পাগলদিয়া নৈৰ বকুত নিশা কোনে চলাই বালি খনন! কিয় গা নলৰে বন বিভাগৰ ! Body:নলবাৰীত এতিয়া বালি মাফিয়াৰ দৌৰাত্ম্য। দিনে নিশাই বালি মাফিয়াই পাগলাদিয়া নদীৰ বুকুত চলাই আছে অবৈধ খনন ।চালানবিহীনভাৱে আৰু কৰ ফাঁকিৰে অহৰ্নিশে ডাম্পাৰ ট্ৰেক্টৰৰ সহায়ত বালি মাফিয়া নামি পৰিছে পাগলাদিয়া নদীৰ বুকুত খনন কাৰ্য্য চলোৱাত। এই দৃশ্য নিশা ১২.৩০ বজাৰ।এনেদৰেই বালি মাফিয়াই জে চি বি ৰ সহায়ত খনন চলাইছে জিলাখনৰ বৰমুৰিকোণাস্থিত পাগলাদিয়া পাৰঘাটত।
কোন এইজন বালি মাফিয়া?বালি মাফিয়াৰ পকেটত নেকি নলবাৰী বন বিভাগ??ৰাইজৰ অভিযোগৰ পিছতো গা নলৰে কিয় বন বিভাগৰ!Conclusion:PTC আছে।
কৈলাস ডেকা, নলবাৰী।
কোন এইজন বালি মাফিয়া?বালি মাফিয়াৰ পকেটত নেকি নলবাৰী বন বিভাগ??ৰাইজৰ অভিযোগৰ পিছতো গা নলৰে কিয় বন বিভাগৰ!Conclusion:PTC আছে।
কৈলাস ডেকা, নলবাৰী।