ETV Bharat / state

নলবাৰীত শশী ফুকন আৰু ৰঞ্জু হাজৰিকাক সম্বৰ্ধনা - ৰঞ্জু হাজৰিকা

নলবাৰীৰ নাট্য মন্দিৰ প্ৰাংগনত সমন্বয় গোষ্ঠী,নলবাৰীৰ উদ্যোগত আৰু ভাষা আৰু ভাষা বিজ্ঞান কেন্দ্ৰ,নলবাৰী মহাবিদ্যালয়ৰ সহযোগত আয়োজন অন্তৰংগ আলাপ আৰু সম্বৰ্ধনা অনুষ্ঠানৰ ৷ এই অনুষ্ঠানত বিভিন্ন দল-সংগঠনে ৰাজহুৱা সম্বৰ্ধনা জনায় "বিস্ময়"ৰ সম্পাদক শশী ফুকন আৰু সাহিত্যিক ৰঞ্জু হাজৰিকাক ৷

নলবাৰীত অন্তৰংগ আলাপ আৰু সম্বৰ্ধনা অনুষ্ঠান
author img

By

Published : Apr 29, 2019, 9:47 AM IST

নলবাৰী, 29 এপ্ৰিল : নলবাৰীৰ নাট্য মন্দিৰ প্ৰাংগনত সমন্বয় গোষ্ঠী,নলবাৰীৰ উদ্যোগত আৰু ভাষা আৰু ভাষা বিজ্ঞান কেন্দ্ৰ,নলবাৰী মহাবিদ্যালয়ৰ সহযোগত আয়োজন কৰা হয় বিশেষ অন্তৰংগ আলাপ আৰু সম্বৰ্ধনা অনুষ্ঠানৰ । এই সম্বৰ্ধনা অনুষ্ঠানত নলবাৰীৰ বিভিন্ন দল-সংগঠনে ৰাজহুৱা সম্বৰ্ধনা জনায় পঞ্চাশ বছৰ অতিক্ৰম কৰা অসমৰ জনপ্ৰিয় আলোচনী "বিস্ময়"কৰ সম্পাদক শশী ফুকন আৰু ৰহস্য সাহিত্যিক তথা সাত শতাধিক গ্ৰন্থৰ ৰচক ৰঞ্জু হাজৰিকাক ।

নলবাৰীত অন্তৰংগ আলাপ আৰু সম্বৰ্ধনা অনুষ্ঠান

সম্বৰ্ধনা গ্ৰহণ কৰি দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে আৱেগিক হৈ পৰা বুলি প্ৰকাশ কৰাৰ লগতে নলবাৰীবাসীক ধন্যবাদ জ্ঞাপন কৰে । অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্য্য । অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ।

A_Nlb_801_29APR_Sambardharna_V1_Kailash
29Apr
Story FTP

##নলবাৰী নাট্য মন্দিৰত বিশেষ অন্তৰংগ আলাপ আৰু সম্বৰ্দ্ধনা অনুষ্ঠান#

##বিস্ময় আলোচনীৰ সম্পাদক শশী ফুকন আৰু বিশিষ্ট ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাক ৰাজহুৱা সম্বৰ্দ্ধনা #

OCVO নলবাৰীৰ নাট্য মন্দিৰ প্ৰাংগণত সমন্বয় গোষ্ঠী,নলবাৰীৰ উদ্যোগত আৰু ভাষা আৰু ভাষা বিজ্ঞান কেন্দ্ৰ,নলবাৰী মহাবিদ্যালয়ৰ সহযোগত বিশেষ অন্তৰংগ আলাপ আৰু সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়।উক্ত সম্বৰ্দ্ধনা অনুষ্ঠানত অসমৰ জনপ্ৰিয় আলোচনী তথা পঞ্চাশ বছৰ অতিক্ৰম কৰা বিস্ময়ৰ সম্পাদক শশী ফুকন আৰু বিশিষ্ট ৰহস্য সাহিত্যিক তথা সাত সতাধিক গ্ৰন্থৰ ৰচক ৰঞ্জু হাজৰিকাক নলবাৰীৰ বিভিন্ন দল-সংগঠনে ৰাজহুৱা সম্বৰ্দ্ধনা জনায়।সম্বৰ্দ্ধনা গ্ৰহণ কৰি দুয়ো গৰাকী ব্যক্তিয়ে আবেগিক হৈ পৰা বুলি প্ৰকাশ কৰে লগতে নলবাৰীবাসীক ধন্যবাদ জনায়।আনহাতে অনুষ্ঠান টোত অসমৰ বিশিষ্ট সাহিত্যিক ড° বসন্ত কুমাৰ ভট্টাচাৰ্য্য মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানটো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে।ভাষণ প্ৰসংগত উপায়ুক্ত গৰাকীয়ে কলেজত পঢ়ি থকা সময়ৰ পৰাই বিস্ময় আলোচনী খনৰ প্ৰিয় পাঠক হৈ পৰা বুলি কোৱাৰ লগতে ৰঞ্জু হাজৰিকাৰো বহু গ্ৰন্থ পঢ়ি তেতিয়াৰ পৰাই সাহিত্য পঢ়াৰ প্ৰতি আগ্ৰহী হৈ পৰে বুলি কয়।

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.