ETV Bharat / state

Drugs seized: মুকালমুৱা আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Dec 7, 2022, 3:02 PM IST

Updated : Dec 7, 2022, 3:11 PM IST

আৰক্ষীৰ কঠোৰ স্থিতিৰ পিছতো ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ (Assam drugs smuggling) ৷ মুকালমুৱা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে বুজন পৰিমাণৰ ড্ৰাগছসহ এটা সৰবৰাহকাৰীক(Drugs Peddler Arrested In Nalbari) ৷

Drugs Peddler Arrested In Nalbari
মুকালমুৱা আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

নলবাৰী,৭ ডিচেম্বৰ: ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ আৰু প্ৰশাসন কঠোৰ হ’লেও ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা (Operation against narcotics) ৷ নিতৌ ন ন কৌশলেৰে ড্ৰাগছৰ সৰবৰাহ অব্যহত ৰাখিছে একাংশ অসাধু চক্ৰই(Drugs smuggling in Assam) ৷ ইফালে আৰক্ষীয়েও চলাই আছে ড্ৰাগছৰ বিৰুদ্ধে জোৰদাৰ অভিযান ।

ড্ৰাগছৰ ৰম্যভূমিলৈ পৰিণত নলবাৰীৰ মুকালমুৱা অঞ্চলতো নিতৌ চলিছে আৰক্ষীৰ অভিযান । অভিযানত নিতৌ আটক হৈ আছে সৰবৰাহকাৰী । তাৰ পিছতো আৰক্ষীক কেৰেপ নকৰি সৰবৰাহকাৰীয়ে নিতৌ চলাই নিয়ে ড্ৰাগছৰ ব্যৱসায় । বুধবাৰে পুনৰ আৰক্ষীৰ জালত পৰে বুজন পৰিমাণৰ ড্ৰাগছসহ এটা সৰবৰাহকাৰী(Drugs Peddler Arrested In Nalbari) । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ১৩.৬২ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আদাবাৰী পহৰা আৰক্ষী চকীয়ে(Drug peddlers arrested by Mukalmua Police) ।

মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত ঘোগাত আদাবাৰী পহৰা চকীয়ে অভিযান চলাই ড্ৰাগছসহ সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হয় । আদাবাৰী পহৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তৰণী দাসৰ নেতৃত্বত অভিযান চলাই আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী মিৰজুল হকক(Drugs seized in Mukalmua) । দীৰ্ঘদিনে অঞ্চলটোত ড্ৰাগছ সৰবৰাহ কৰি আছিল ধৃত মিৰাজুল হকে । আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায় ধৃত ড্ৰাগছ সৰবৰাহকাৰী মিৰাজুল হকক ।

লগতে পঢ়ক: Conflict over land : ধুবুৰীত ভূমিকেন্দ্ৰিক সংঘাতত মহিলাসহ আহত কেইবাগৰাকীও

Last Updated : Dec 7, 2022, 3:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.