ETV Bharat / state

বৰভাগত দুৰ্বৃত্তই ফালিলে দিগন্ত বৰ্মনৰ বেনাৰ-হোৰ্ডিং - বৰভাগত দুৰ্বৃত্তই ফালিলে দিগন্ত বৰ্মনৰ বেনাৰ হোৰ্ডিং

নলবাৰীৰ বৰভাগত কংগ্ৰেছ দলৰ বেনাৰ নষ্ট কৰিলে দুস্কৃতিকাৰীয়ে ৷ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰভাগৰ মৰোৱা উৎসৱ ক্ষেত্ৰৰ আশে পাশে লগোৱা আগন্তুক নিৰ্বাচনত সমষ্টিটোৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়োৱা দিগন্ত বৰ্মনৰ বেনাৰ-হোৰ্ডিং বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তই ফালি পেলায় ৷

As_nlb_diagnta-barman-election-banner-has-been-torn_Vis_AS10004
বৰভাগত দুৰ্বৃত্তই ফালিলে দিগন্ত বৰ্মনৰ বেনাৰ হোৰ্ডিং
author img

By

Published : Jan 29, 2021, 6:02 PM IST

নলবাৰী,29 জানুৱাৰী: ক্ৰমাৎ চমু চাপিছে অসম বিধানসভা নিৰ্বাচনৰ দিন ৷ বৰ্তমানলৈ যদিও নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই; কিন্তু প্ৰতিটো ৰাজনৈতিক দলেই নামি পৰিছে নিৰ্বাচনী ৰণক্ষেত্ৰত ৷ ইয়াৰ মাজতে নলবাৰীৰ বৰভাগত কংগ্ৰেছ দলৰ বেনাৰ নষ্ট কৰিলে দুস্কৃতিকাৰীয়ে ৷ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰভাগৰ মৰোৱা উৎসৱ ক্ষেত্ৰৰ আশে পাশে লগোৱা আগন্তুক নিৰ্বাচনত সমষ্টিটোৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়োৱা দিগন্ত বৰ্মনৰ বেনাৰ-হোৰ্ডিং বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তই ফালি পেলায় ৷

বৰভাগত দুৰ্বৃত্তই ফালিলে দিগন্ত বৰ্মনৰ বেনাৰ হোৰ্ডিং

ইয়াকে লৈ কংগ্ৰেছ দলটোৰ ভিতৰচোৱাত সৃষ্টি হৈ তীব্ৰ প্ৰতিক্ৰিয়া ৷ শুকুৰবাৰে একাংশ দলীয় কৰ্মীয়ে ঘটনাস্থলী পৰ্যবেক্ষণ কৰি এই কাৰ্যক গৰিহণা দিয়াৰ লগতে দোষীত অতিশীঘ্ৰে আটক কৰি উচিত শাস্তি প্ৰদানৰ বাবে আৰক্ষীক দাবী উত্থাপন কৰে ৷ প্ৰয়োজন সাপেক্ষে আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও ব্যক্ত কৰে ক্ষুদ্ধ কংগ্ৰেছ কৰ্মীসকলে ৷

লগতে পঢ়ক-গোলাঘাটত স্বামীয়ে তেল ঢালি জ্বলাই দিলে পত্নীক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.