ETV Bharat / state

নলবাৰীত পুনৰ 77 গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি

author img

By

Published : Jun 4, 2021, 10:57 PM IST

যোৱা 24 ঘন্টাত নলবাৰী জিলাত 77 গৰাকী দেহত ক'ভিডৰ উপস্থিতি পোৱা গৈছে ৷ ইয়াৰ লগে লগে জিলাখনত ক'ভিড আক্ৰান্তৰ সংখ্যা 5482 গৰাকীলৈ বৃদ্ধি পায় ৷

covid updates of nalbari district
নলবাৰীত পুনৰ 77 গৰাকীৰ দেহত ক'ভিড উপস্থিতি

নলবাৰী, 4 জুন : ক'ভিডৰ দ্বিতীয় ঢৌত নলবাৰী জিলাত মুঠ 5482 গৰাকী ক'ভিডত আক্ৰান্ত হৈছে ৷ যোৱা 24 ঘন্টাত জিলাখনত আক্ৰান্তৰ সংখ্য হৈছে 77 গৰাকী ৷ বৰ্তমান ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা জিলাখনৰ ক'ভিড ৰোগীৰ সংখ্যা 1128 গৰাকী ৷ ইয়াৰে 955 গৰাকী হোম আইচলে'চনত আছে ৷

জিলাখনৰ বৰ্তমানে ক'ভিড আক্ৰান্ত মুঠ ৰোগীৰ নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 68 গৰাকী, বেলশৰ মোডেল হাস্পতালত 19 গৰাকী আৰু মাখিবাহা আদৰ্শ হাস্পতালত 17 গৰাকী, খাটিকুছি মহাত্মা গান্ধী মডেল হাস্পতালত 16 গৰাকী, সাৰথি হাস্পতালত 8 গৰাকী আৰু আদাবাৰী মডেল হাস্পতালত 9 গৰাকী ক'ভিড ৰোগী চিকিৎসাধীন হৈ আছে ৷

তদুপৰি GMCH, MMCH আৰু কালাপাহাৰ ক'ভিদ চিকিৎসালয়লৈ 36 গৰাকী ক'ভিড ৰোগীক উন্নত চিকিৎসাৰ বাৱে প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰিছে নলবাৰী জিলা স্বাস্থ্য বিভাগে ৷ উল্লেখ্য যে 24 ঘন্টাত জিলাখনত 117 গৰাকী ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ৷ বৰ্তমান জিলাখনত 48 গৰাকী ক'ভিডত মৃত্যু হৈছে ৷

লগতে পঢ়ক: ব্লেক ফাংগাছ সন্দৰ্ভত ডাঃ ডিনা ৰাজাৰ ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.