নলবাৰী 13 এপ্ৰিল: নলবাৰীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । বৰবৰী থান উন্নয়ন সমিতিৰ উদ্যোগত আৰু শতবাৰ্ষিকী উদযাপন সমিতিৰ সৌজন্যত শ্ৰী শ্ৰী বাসন্তী পূজাৰ শতবাৰ্ষিকী সমাৰোহৰ মুকলি সভাত অংশ ললে মুখ্যমন্ত্ৰী সোণোৱালে। মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাই ।
বৰবাৰীৰ শতবৰ্ষ গৰকা বাসন্তী পূজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - BASANTI PUJA
মুখ্যমন্ত্ৰীয়ে আশীষ ললে বাসন্তী দেৱীৰ ।
![বৰবাৰীৰ শতবৰ্ষ গৰকা বাসন্তী পূজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2992497-thumbnail-3x2-nalbaricm.jpeg?imwidth=3840)
বৰবাৰীৰ শতবৰ্ষ গৰকা বাসন্তী পূজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
নলবাৰী 13 এপ্ৰিল: নলবাৰীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । বৰবৰী থান উন্নয়ন সমিতিৰ উদ্যোগত আৰু শতবাৰ্ষিকী উদযাপন সমিতিৰ সৌজন্যত শ্ৰী শ্ৰী বাসন্তী পূজাৰ শতবাৰ্ষিকী সমাৰোহৰ মুকলি সভাত অংশ ললে মুখ্যমন্ত্ৰী সোণোৱালে। মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাই ।
Breaking Nalbari