ETV Bharat / state

নলবাৰীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত ৰক্তদান দান শিবিৰ

author img

By

Published : Sep 16, 2020, 5:27 PM IST

বুধবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 70 সংখ্যক জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টিয়ে যোৱা 14 ছেপ্তেম্বৰৰ পৰা 20 ছেপ্তেম্বৰলৈ পালন কৰি আহিছে সেৱা সপ্তাহ ৷

Blood Donate Camp at Nalbari
নলবাৰীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত ৰক্তদান দান শিবিৰ

নলবাৰী, 16 ছেপ্তেম্বৰ : বুধাবৰে দেশজুৰি পালন কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 70 সংখ্যক জন্মদিন ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিয়ে যোৱা 14 ছেপ্তেম্বৰৰ পৰা অহা 20 ছেপ্তেম্বৰলৈ পালন কৰি আহিছে সেৱা সপ্তাহ ।

এই সেৱা সপ্তাহত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে । ইয়াৰ লগতে সংগতি ৰাখি বুধবাৰে ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী সমিতিয়ে যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সিদ্ধান্ত মৰ্মে ৰক্তদান শিবিৰৰো আয়োজন কৰে ।

নলবাৰী জিলাৰ হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই ৰক্তদান শিবিৰত প্ৰায় শতাধিক যুৱক-যুৱতীয়ে ৰক্তদান কৰাৰ বাবে নাম পঞ্জীয়ন কৰিছে বুলি জানিবলৈ দিয়ে ।

নলবাৰীত ৰক্তদান দান শিবিৰ
নলবাৰীত ৰক্তদান দান শিবিৰ

উল্লেখ্য যে,নলবাৰী জিলা সহ বজালী,নৰ্থ কামৰূপ আৰু বাক্সা জিলাৰ যুৱ মৰ্চাৰ উদ্যোগত এই ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

লগতে চাওক-গোলাঘাটত দৈনিক মজুৰি বৃদ্ধিক লৈ চাহ শ্ৰমিকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.