ETV Bharat / state

নলবাৰী জিলাৰ বৰবৰীত অনুষ্ঠিত বাসন্তী পূজা: উপস্থিত অভিনেত্ৰী চেতনা দাস - বাসন্তী পূজা

লোকসভা নিৰ্বাচনৰ ভৰপক সময়তেই আজি নলবাৰী জিলাৰ বৰবৰীত অনুষ্ঠিত হয় শ্ৰী শ্ৰী বাসন্তী পূজাৰ তৃতীয় দিনাৰ বৰ্ণাঢ্য কাৰ্যসূচী।

author img

By

Published : Apr 11, 2019, 9:17 PM IST

নলবাৰী,১১ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ ভৰপক সময়তেই আজি নলবাৰী জিলাৰ বৰবৰীত অনুষ্ঠিত হয় শ্ৰী শ্ৰী বাসন্তী পূজাৰ তৃতীয় দিনাৰ বৰ্ণাঢ্য কাৰ্যসূচী। হেজাৰ হেজাৰ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিৰে উদুলি মুদুলি হৈ পৰিছে এই বাসন্তী পূজা সমাৰোহ। বাসন্তী পূজাৰ লগত সংগতি ৰাখি আজি অনুষ্ঠিত হোৱা সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ থলুৱা কৃষ্টি-সংস্কৃতি, লোক-কলাৰ অপূৰ্ব সমাহাৰ ঘটা পৰিলক্ষিত হয়। এই শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে বিশিষ্ট অভিনেত্ৰী চেতনা দাসে।

লোকসভা নিৰ্বাচনৰ ভৰপক সময়তেই আজি নলবাৰী জিলাৰ বৰবৰীত অনুষ্ঠিত হয় শ্ৰী শ্ৰী বাসন্তী পূজাৰ তৃতীয় দিনাৰ বৰ্ণাঢ্য কাৰ্যসূচী।

এই বৰ্ণাঢ্য কাৰ্যসূচীত উপস্থিত থাকি ১০০ বছৰ পূৰ্ণ হোৱা বৰবৰী বাসন্তী পূজাৰ এই ধৰ্মীয় অনুষ্ঠানটো যাতে কাললৈকে বৰ্তি থাকে সেইয়া কামনা কৰাৰ লগতে মোৰ জীৱনকালত মই এই অনুষ্ঠানটো কেতিয়াও নাপাহৰো বুলি ব্যক্ত কৰে চেতনা দাসে। প্ৰত্যেকে যাতে ভাল মনৰ গৰাকী হৈ থাকে, সকলোৰে জয় জয় ময় ময় হয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভকামনা জনায় অভিনেত্ৰী গৰাকীয়ে।

উল্লেখযোগ্য যে , ৯ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা বাসন্তী পূজাৰ শতবাৰ্ষিকী সমাৰোহৰ ১৫ এপ্ৰিলত সামৰণি পৰিব।

Slug Basanti Puja Rally
11APR19
Story FTP

OCVO=লোকসভা নিৰ্বাচনৰ ভৰপক সময়তেই নলবাৰী জিলাৰ বৰবৰীত চলি থকা শ্ৰী শ্ৰী বাসন্তী পূজাৰ শতবাৰ্ষিকী সমাৰোহৰ আজি তৃতীয় দিনা অনুস্থিত হোৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাথলী লোকে লোকাৰণ্য হৈ পৰে।অসমৰ থলুৱা কৃষ্টি-সংস্কৃতি, লোককলাৰ অপূৰ্ব সমাহাৰ ঘটা উক্ত বিশাল সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট অভিনেত্ৰী চেতনা দাসে। 

চেতনা দাস, অভিনেত্ৰী : ১০০ বছৰ পূৰ্ণ হোৱা বৰবৰী বাসন্তী পূজাৰ এই ধৰ্মীয় অনুস্থানটো যাতে কাললৈ বৰ্তি থাকে সেয়া কামনা কৰাৰ লগতে মোৰ জীৱনকালত এয়া সদায় মনত থাকিব। প্ৰত্যেকে যাতে ভাল মনৰ গৰাকী হৈ থাকে, সকলোৰে জয় জয় ময় ময় হয়, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে আগন্তুক ৰঙালী বিহুৰ শুভকামনা জনায়। 

উল্লেখযোগ্য যে ,  ৯ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা বাসন্তী পূজাৰ শতবাৰ্ষিকী সমাৰোহৰ ১৫ এপ্ৰিলত সামৰণি পৰিব। ইতিমধ্যে হেজাৰ হেজাৰ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিৰে উদুলি মুদুলি হৈ পৰিছে নলবাৰীৰ বৰবৰীত অনুস্থিত হোৱা এই বাসন্তী পূজা সমাৰোহ।

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.