ETV Bharat / state

বৰমাৰ পুৰাণ শ্ৰীপুৰ দেৱালয়ত বিধায়ক মনেশ্বৰ ব্ৰহ্ম - barama mla maneswar brahma at sripur dewalaya

বৰমাৰ পুৰাণ শ্ৰীপুৰ দেৱালয়ত ঐতিহাসিকভাৱে পালিত দুৰ্গোৎসৱ ৷

বৰমাৰ পুৰাণ শ্ৰীপুৰ দেৱালয়ৰ ঐতিহাসিক পূজা
author img

By

Published : Oct 7, 2019, 10:38 AM IST

বৰমা, ৭ অক্টোবৰঃ বৰমাৰ পুৰাণ শ্ৰীপুৰ দেৱালয়ত সোমবাৰে নৱমীৰ দিনা ৰাতিপুৱা ৭ বজাত পূজা মণ্ডপত বন্তি প্ৰজ্বলন কৰে বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই ৷ উল্লেখ্য যে, পুৰাণ শ্ৰীপুৰ দেৱালয়ত ঐতিহাসিকভাৱে পালন কৰি অহা হৈছে এই পূজা ৷

শ্ৰীপুৰ দেৱালয়ত বন্তি প্ৰজ্বলন কৰিলে বিধায়ক মনেশ্বৰ ব্ৰহ্মই

নৱমীৰ পুৱাই মনেশ্বৰ ব্ৰহ্ম দেৱালয়খনত উপস্থিত হোৱাত স্থানীয় ৰাইজৰ মাজত উৎসুকতাৰ সৃষ্টি হয় ৷

Intro:বৰমাৰ পুৰাণ শ্ৰীপুৰ দেৱালয়ত আজি নৱমীৰ দিনা ৰাতিপুৱা বন্তি প্ৰজ্বালন কৰে বিধায়ক মনেশ্বৰ ব্ৰহ্মইBody:বৰমা, ৭ অক্টোবৰঃ
বৰমাৰ পুৰাণ শ্ৰীপুৰ দেৱালত আজি নৱমীৰ দিনা ৰাতিপুৱা ৭ বজাত পূজা মণ্ডপত বন্তি প্ৰজ্বলন কৰে বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই ৷ উল্লেখ্য যে পুৰাণ শ্ৰীপুৰ দেৱালয়ৰ এই পূজা ঐতিহাসিক ৷
বৰমাৰ পৰা দিলীপ বড়োConclusion:বৰমাৰ পুৰাণ শ্ৰীপুৰ দেৱালয়ত আজি নৱমীৰ দিনা ৰাতিপুৱা বন্তি প্ৰজ্বালন কৰে বিধায়ক মনেশ্বৰ ব্ৰহ্মই

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.