ETV Bharat / state

নলবাৰীত বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্তঃ এজনৰ মৃত্যু

author img

By

Published : Apr 29, 2019, 1:09 PM IST

এই পথ দুৰ্ঘটনাত নিহত হয় পুন ৰাজবংশী নামৰ লোক এজন । লগতে আহত হয় এটি শিশুসহ তিনিগৰাকী লোক । আহত কেইজনক ইতিমধ্যে GMCH লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷

নলবাৰীত দূৰ্ঘটনাগ্ৰস্ত বিবাহ যাত্ৰীৰ বাহনঃ নিহত 1

নলবাৰী, 29 এপ্ৰিলঃ নলবাৰীৰ মুকালমুৱাৰ বৰলিয়াপাৰত সোমবাৰে দুৰ্ঘটনাগ্ৰস্ত হয় বিবাহযাত্ৰীৰ বাহন ৷ ঘটনা সন্দৰ্ভত জানিব পৰামতে চন্দ্ৰপুৰ নিজৰাপাৰৰ পৰা মুকালমুৱা অভিমুখে আহিছিল বিবাহ যাত্ৰীৰ বাহনখন ৷ কিন্তু নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত খুন্দিয়ায় AS 01GC 6062 নম্বৰৰ ইণ্ডিগ' গাড়ীখনে।

আৰু পঢ়ক কিমান সুৰক্ষিত গুৱাহাটীৰ গীৰ্জাঘৰ ?

A_Nlb_806_29APR_Accident_V1_Kailash
Story FTP

বিবাহ যাত্ৰীৰ বাহন দূৰ্ঘটনা:

মুকালমুৱাৰ বৰলিয়াপাৰত সংঘটিত হয় বিবাহ যাত্ৰীৰ বাহন দূৰ্ঘটনা। জানিব পৰা মতে এই শোকাৱহ পথ দূৰ্ঘটনাত পুন ৰাজবংশী নামৰ লোক জন নিহত হয়। এটি শিশু সহ তিনি গৰাকী লোক আহত হয়।আহত কেইজনক GMCH লৈ প্ৰেৰণা।গুৱাহাটীৰ চন্দ্ৰপুৰ নিজৰাপাৰৰ পৰা মুকালমুৱা অভিমুখে আহি আছিল বাহন খন ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত খুণ্ডিয়াই AS 01GC 6062 ইণ্ডিগ বাহন খনে।

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.