ETV Bharat / state

নলবাৰীত CAA বাতিলৰ দাবীত এজেৱাইচিপিৰ বাইক ৰেলী - নাগৰিকত্ব সংশোধনী আইন

বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নলবাৰীত প্ৰতিবাদ সাব্যস্ত কৰে । সংগঠনটোৰ নলবাৰী জিলা সমিতিয়ে বৃহস্পতিবাৰে কেন্দ্ৰীয় নেতৃত্বৰ আহ্বানত নাগৰিকত্ব সংশোধনী আইন চমুকৈ CAA বাতিলৰ দাবীত চহৰস্থিত মুখ্য কাৰ্যালয়ৰ পৰা বাহিৰ কৰে এক বৃহৎ বাইক ৰেলী ।

নলবাৰীত CAA বাতিলৰ দাবীত AJYCP ৰ বাইক ৰেলী

author img

By

Published : Mar 25, 2021, 3:59 PM IST

নলবাৰী,25 মাৰ্চঃ শাসনাধিষ্ঠ বিজেপি চৰকাৰে নিৰ্বাচনী ইস্তাহাৰত CAA বলৱৎ কৰাৰ সিদ্ধান্ত কথা ঘোষণা কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠনসমূহ । তাৰ পিছতে আৰম্ভ হৈছে ৰাজ্যজুৰি প্ৰতিবাদ ৷ বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নলবাৰীত প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে । সংগঠনটোৰ নলবাৰী জিলা সমিতিয়ে কেন্দ্ৰীয় নেতৃত্বৰ আহ্বানত বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইন চমুকৈ CAA বাতিলৰ দাবীত চহৰস্থিত মুখ্য কাৰ্যালয়ৰ পৰা বাহিৰ কৰে এক বৃহৎ বাইক ৰেলী ।

শতাধিক প্ৰতিবাদকাৰীয়ে অংশ লোৱা উক্ত ৰেলীয়ে চহৰখন পৰিভ্ৰমণ কৰি CAA বিৰোধী শ্ল’গানেৰে আকাশ-বতাহ মুখৰিত কৰি তোলে ৷ লগতে অমিত শ্বাহ মুৰ্দাবাদ, বিজেপি চৰকাৰ হাই হাই বুলি শ্ল’গানেৰে নলবাৰী চহৰ উত্তাল কৰি তোলে সংগঠনটোৱে ।

লগতে পঢ়কঃ জনীয়াত খেলা আৰু মেলা নহয়, যুদ্ধ হ'ব : আব্দুল জলিল তালুকদাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.