ETV Bharat / state

কা বাতিলৰ দাবীৰে মুখত ক'লা কাপোৰ বান্ধি আছুৰ বিক্ষোভ

নলবাৰীত আছুৰ বিক্ষোভ কাৰ্য্যসূচী । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়তেই পুনৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে ৰাজ্য।

author img

By

Published : Jan 23, 2021, 7:12 PM IST

কা বাতিলৰ দাবীৰে মুখত ক'লা কাপোৰ বান্ধি আছুৰ বিক্ষোভ
কা বাতিলৰ দাবীৰে মুখত ক'লা কাপোৰ বান্ধি আছুৰ বিক্ষোভ

নলবাৰী,23 জানুৱাৰী : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়তেই পুনৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷

নাগৰিকত্ব সংশোধনী আইন আৰু পৰিৱেশ আইন বাতিল কৰাৰ দাবীত শুকুৰবাৰে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতেই আজি সংগঠনটোৱে জিলা সদৰত মুখত ক'লা কাপোৰ বান্ধি ৰূপায়ন কৰিছে বিক্ষোভ কাৰ্য্যসূচী ।

ইপিনে নলবাৰীৰ ছহিদ ভৱনৰ সন্মূখত আছু কৰ্মী সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দি 'কা আৰু 'ই আই এ' বাতিলৰ দাবী জনাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে, আছু কৰ্মী সকলে কা বাতিল কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক খিলঞ্জীয়াৰ বাবে সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰাৰ লগতে 6 নং দফাৰ প্ৰতিবেদন কাৰ্য্যকৰী কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক: ভোগদৈত বিসৰ্জন প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ চিতাভস্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.