ETV Bharat / state

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ধিঙত গছপুলি ৰোপণ - বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ধিঙত বৃক্ষৰোপণ

বিশ্ব পৰিৱেশ দিৱস(World Environment Day)ৰ লগত সংগতি ৰাখি ধিঙত গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰে আৰোগ্য কেয়াৰ ফাউণ্ডেচন আৰু ধিং সাৰ্বজনীন পূজাবাড়ীয়ে । অঞ্চলটোৰ বহুকেইটা সামাজিক অনুষ্ঠানত বৃক্ষৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় ।

world environment day
বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ধিঙত গছপুলি ৰোপণ
author img

By

Published : Jun 5, 2021, 1:41 PM IST

চামগুৰি,৫ জুন: বিশ্বজুৰি শনিবাৰে পালন কৰা হৈছে 'বিশ্ব পৰিৱেশ দিৱস' । বিশ্ব পৰিৱেশ দিৱসৰ (World Environment Day) লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । অসমৰো বিভিন্ন জিলাত পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী ।

নগাঁও জিলাৰ কেইবাটাও অঞ্চলত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কৰা হয় । ধিঙৰ অগ্ৰণী অনুষ্ঠান আৰোগ্য কেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত আৰোগ্য যোগ কেন্দ্ৰ আৰু ধিং সাৰ্বজনীন পূজাবাড়ীৰ সহযোগত অঞ্চলটোৰ বহুকেইটা সামাজিক অনুষ্ঠানত গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় । এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ধিঙৰ চক্ৰ বিষয়া চন্দনা বৰুৱাই ।

লগতে পঢ়ক: ডাঃ সেনাপতিয়ে পাব পছন্দৰ ঠাইত কাম কৰাৰ সুবিধা: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.