ETV Bharat / state

কলিয়াবৰত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ - কলিয়াবৰত অব্যাহত বনৰীয়া হাতীৰ তাণ্ডৱ

দেৱ সত্ৰৰ নিৱাসী অতুল ভাগৱতী, কৰুণা ভাগৱতী আৰু সুমন ভাগৱতীৰ বাসগৃহত ধ্বংসলীলা চলাই বনৰীয়া হাতীৰ জাকটোৱে ।

বনৰীয়া হাতীৰ তাণ্ডৱ
বনৰীয়া হাতীৰ তাণ্ডৱ
author img

By

Published : Jan 16, 2020, 1:59 PM IST

কলিয়াবৰ, 16 জানুৱাৰীঃ কলিয়াবৰত বৰ্তমানো অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ ৷ জখলাবন্ধাৰ দেৱ সত্ৰত বুধবাৰে পুৱতি নিশা তিনিটা পৰিয়ালৰ বাসগৃহ, ভঁৰাল আৰু অনান‍্য ঘৰুৱা সামগ্ৰী ভাঙি ঠান-বান কৰে বনৰীয়া হাতীয়ে । দেৱ সত্ৰৰ নিৱাসী অতুল ভাগৱতী, কৰুণা ভাগৱতী আৰু সুমন ভাগৱতীৰ বাসগৃহত ধ্বংসলীলা চলাই বনৰীয়া হাতীৰ জাকটোৱে । বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ বিগত বছৰত বন বিভাগ আৰু কলিয়াবৰ মহকুমা প্ৰশাসনৰ যুটীয়া উদ‍্যোগত সৌৰ শক্তি চালিত "পাৱাৰ ফেঞ্চিং" স্থাপন কৰা হৈছিল ৷ কিন্তু বৰ্তমানেও বনৰীয়া হাতীৰ পৰা সম্পূৰ্ণৰূপে উপদ্ৰৱ মুক্ত হোৱা নাই কলিয়াবৰৰ বৃহৎ অঞ্চলটোৰ ৰাইজ ।

কলিয়াবৰত বনৰীয়া হাতীৰ তাণ্ডৱ অব‍্যাহত

লগতে পঢ়কঃ কোকৰাঝাৰত সেনা-আৰক্ষীৰ গুলিত নিহত এনডিএফবি সদস্য

Intro:কলিয়াবৰ ৰ জখলাবন্ধা দেৱ সত্ৰত পুৱতি নিশা বনৰীয়া হাতীৰ তাণ্ডৱ তিনিটা পৰিয়ালৰ বাসগৃহ, ভঁৰাল আৰু অনান‍্য ঘৰুৱা সামগ্ৰী ভাঙি ঠান-বানBody:কলিয়াবৰত বনৰীয়া হাতীৰ তাণ্ডৱ অব‍্যাহত। এইবাৰ জখলাবান্ধাৰ দেৱ সত্ৰত পুৱতি নিশা বনৰীয়া হাতীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে ধানৰ ভঁৰাল, ঘৰ আৰু অনান‍্য আচ-বাব, সা-সমগ্ৰী। দেৱ সত্ৰৰ নিৱাসী অতুল ভাগৱতী, কৰুণা ভাগৱতী আৰু সুমন ভাগৱতীৰ বাসগৃহৰ ক্ষতি কৰে বনৰীয়া হাতীয়ে।
বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ যোৱা বছৰ বন বিভাগ আৰু কলিয়াবৰ মহকুমা প্ৰশাসনৰ যুটীয়া উদ‍্যোগত সৌৰ শক্তি চালিত "পাৱাৰ ফেঞ্চিং" স্থাপন কৰা হৈছিল। তৎস্বত্তেও কলিয়াবৰৰ বৃহৎ অঞ্চলটো বনৰীয়া হাতীৰ পৰা সম্পূৰ্ণ ৰূপে উপদ্ৰৱ মুক্ত হোৱা নাই।Conclusion:Visuals
Bite
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.