- চামগুৰিৰ বৰদলৰ পামগাঁৱত ৩ শতাধিক বন্যহস্তীৰ মুক্ত বিচৰণ (Wild elephants roaming)
- বন্যহস্তীৰ জাকটোৱে নষ্ট কৰিছে বিঘাই বিঘাই ধান খেতি
- এই ক্ষেত্ৰত বন বিভাগে নিৰৱ ভূমিকা গ্ৰহণৰ অভিযোগ স্থানীয় ৰাইজৰ
- মূৰৰ ঘাম মাটিত পেলাই কষ্টৰে কৰা খেতিদৰা ৰক্ষণা-বেক্ষণ দিবলৈ টম্বো লগাই পহৰা দিছে ভুক্তভোগী ৰাইজে
- আধা ঘণ্টাৰ ভিতৰত প্ৰায় ৬ বিঘাৰো অধিক ধান খাই টহিলং কৰে বন্যহস্তীৰ জাকটোৱেচামগুৰিত ৩ শতাধিক বন্যহস্তীৰ মুক্ত বিচৰণ