ETV Bharat / state

নগাঁৱত জাক জাক বন্যহস্তীৰ জল ক্ৰিয়াৰ এক নান্দনিক দৃশ্য - বন্যহস্তী

নগাঁৱত হস্তী-মানৱৰ সংঘাতৰ বিপৰীতে জল ক্ৰিয়া কৰিছে বন্য়হস্তীৰ জাকে ৷ বন্য়হস্তীৰ এই জল ক্ৰিয়াৰ দৃশ্যই কিছু পৰিমাণে হ’লেও আনন্দ কঢ়িয়াই আনিছে নগাঁওবাসীৰ মাজত ৷

wild elephant bathing in nagaon
নগাঁৱত জাক জাক বন্যহস্তীৰ জল ক্ৰিয়াৰ এক নান্দনিক দৃশ্য
author img

By

Published : Nov 28, 2020, 2:04 PM IST

চামগুৰি,28 নৱেম্বৰ : হস্তী-মানৱৰ সংঘাতৰ বিপৰীতে এইবাৰ দেখা গৈছে জাক জাক বন্যহস্তীৰ জল ক্ৰিয়াৰ এক নান্দনিক দৃশ্য ৷ নিশা হ’লেই নগাঁৱৰ বঢ়মপুৰ,বামুনী,হাতিখুলি আৰু কন্দলীৰ বৃহত্তৰ পথাৰলৈ অহা জাক জাক হাতীক এইবাৰ দেখা গৈছে অন্য এক ৰূপত ৷ পথাৰৰ চাৰিওফালে বন্যহস্তীৰ চিঞৰ শুনাৰ বিপৰীতে হাতীবোৰক গা ধুই থকা পৰিলক্ষিত হৈছে ৷

নগাঁৱত জাক জাক বন্যহস্তীৰ জল ক্ৰিয়াৰ এক নান্দনিক দৃশ্য

উল্লেখ্য যে,নগাঁৱৰ এই অঞ্চলসমূহত প্ৰায় প্ৰতিদিনেই বন্য়হস্তীৰ তাণ্ডৱ দেখা যায় ৷ নিশা হ’লেই এই বৃহত্তৰ অঞ্চলসমূহৰ ৰাইজ আৰু বন বিভাগ হাতীৰ বৃহৎ বৃহৎ জাক খেদাত ব্যস্ত হৈ পৰে ৷

কিন্তু বন্য়হস্তীৰ এই জল ক্ৰিয়াৰ দৃশ্যই কিছু পৰিমাণে হ’লেও নগাঁওবাসীৰ মাজত আনন্দ কঢ়িয়াই আনিছে ৷

লগতে পঢ়ক : বাক্সাত মাৰুতি বাহন আৰু বৰযাত্ৰীৰ বাছৰ মাজত মুখামুখি সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.