ETV Bharat / state

ধিঙত বনৰীয়া গাহৰীৰ আক্ৰমণত নিহত স্বামী- স্ত্ৰী - বনগাহৰী

বন গাহৰিৰ আক্ৰমণত নগাঁৱৰ ধিঙত নিহত হ'ল দুজনকৈ লোক ৷ খেতি পথাৰত মৰাপাট কাটি থাকোতেই বন গাহৰিয়ে আক্ৰমণ কৰে লোক দুজনক ৷

বনৰীয়া গাহৰীৰ আক্ৰমণত নিহত স্বামী- স্ত্ৰী
author img

By

Published : Aug 22, 2019, 10:58 AM IST

বটদ্ৰৱা, 22 আগষ্টঃ ধিঙৰ শিয়ালে টাপু চৰত সংঘটিত হয় এক কৰুণ ঘটনা ৷ খেতিত মৰাপাট কাটি থকা অৱস্থাত হঠাৎ বনগাহৰীৰ আক্ৰমণৰ সন্মুখীন হয় এটা দুৰ্ভগীয়া পৰিয়াল ৷ এই আক্ৰমণত পৰিয়ালটোৰ স্বামী- স্ত্ৰী নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় জীয়ৰীৰ লগতে আন এগৰাকী মহিলা ৷

বনৰীয়া গাহৰীৰ আক্ৰমণত নিহত স্বামী- স্ত্ৰী

নিহত স্বামী-স্ত্ৰী দুগৰাকী ক্ৰমে নুৰ মহম্মদ আৰু জাহানাৰা বেগম । আনহাতে গুৰুতৰভাৱে আহত হয় চৈধ্য বছৰীয়া জীয়ৰী জোনমনি বেগম আৰু কুলচুমা খাতুন নামৰ আন এগৰাকী মহিলা ৷ ইতিমধ্যে আহত লোক কেইজনক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷

Intro:ধিঙৰ শিয়ালে টাপু চৰত কৰুন ঘটনা ৷ বনৰীয়া গাহৰীৰ আক্ৰমণত স্বামী- স্ত্ৰী নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত জীয়ৰীৰ লগতে আন এগৰাকী মহিলা ৷Body:ধিঙৰ শিয়ালে টাপু চৰত এক হৃদয় বিদাৰক ঘটনা ৷ বনৰীয়া গাহৰীৰ আক্ৰমণত নিহত স্বামী- স্ত্ৰী । লগতে গুৰুতৰভাৱে আহত জীয়ৰীৰ লগতে আন এগৰাকী মহিলা ৷
নিহত স্বামী-স্ত্ৰী ক্ৰমে নুৰ মহম্মদ, জাহানাৰা বেগম । গুৰুতৰভাৱে আহত চৈধ্য বছৰীয়া জীয়ৰী জোনমনি বেগম আৰু কুলচুমা খাতুন নামৰ আন এগৰাকী মহিলা ৷ আহত কেইজনক সংকটজনক অৱস্হাত গুৱাহাটীলৈ প্ৰেৰন ৷ খেতিত মৰাপাট কাটি থকা অৱস্থাত হঠাতে বনগাহৰীৰ আক্ৰমনৰ সন্মুখিন হয় দুৰ্ভগীয়া পৰিয়ালটো ৷ শোকাৱহ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত পৰিছে শোকৰ ছাঁ ৷_______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম । Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.