ETV Bharat / state

কৰ’ণাত আক্ৰান্ত হৈ জখলাবন্ধাৰ এগৰাকীৰ মৃত্যু

ক'ভিড-১৯ ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে জখলাবন্ধাৰ উদীপ্ত শইকীয়া নামৰ এজন লোকে । গোৱালপাৰাত থকা অৱস্থাতে তেওঁ মহামাৰীত আক্ৰান্ত হৈছিল । অৱশেষত সোমবাৰে নিশা মৃত্যুৰে যুঁজি হাৰ মানিলে উদীপ্ত শইকীয়াই ।

Udipta saikia passed away
ক'ভিডত আক্ৰান্ত হৈ কলিয়াবৰৰ উদীপ্ত শইকীয়াৰ মৃত‍্যু
author img

By

Published : May 11, 2021, 5:12 PM IST

কলিয়াবৰ,১১ মে': ৰাজ্যত কালৰূপী কৰ'ণাই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । ক'ভিড-১৯ ত আক্ৰান্ত হৈ সোমবাৰে নিশা গোৱালপাৰাত মৃত্যু হ'ল জখলাবন্ধাৰ এজন লোকৰ । মৃত লোকজনৰ নাম উদীপ্ত শইকীয়া ।

Udipta saikia passed away
উদীপ্ত শইকীয়াৰ মৃত্যু

উদীপ্ত জখলাবন্ধাৰ শইকীয়া চুবুৰীৰ গুণ শইকীয়াৰ পুত্ৰ । সৰবৰহী লোকজন কলা-সংস্কৃতিৰ লগতে ক্ৰীড়াক্ষেত্ৰৰ লগতো জড়িত আছিল । উদীপ্তৰ মৃত‍্যুত শোকৰ ছাঁ পৰিছে কলিয়াবৰত । বৰ্তমান সাৱধানতা অৱলম্বন কৰাটোৱে হৈ পৰিছে মহামাৰীৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় । সেয়ে চৰকাৰ তথা প্ৰশাসনে ৰাইজক এই সন্দৰ্ভত সজাগ কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে ।

Udipta saikia passed away
ক'ভিডত আক্ৰান্ত হৈ কলিয়াবৰৰ উদীপ্ত শইকীয়াৰ মৃত‍্যু

লগতে পঢ়ক: ডিফুত মঙলচিং ইংতিৰ ৰবৰ গুদামত অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.