ETV Bharat / state

নগাঁৱত তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যাপক তৎপৰতা

author img

By

Published : Nov 25, 2020, 7:22 PM IST

আম আদমী পাৰ্টীকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকী প্ৰাৰ্থীৰ লগতে ৩০ নং নামবৰ লালুংগাঁও সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিতৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে শশী বৰদলৈয়ে ।

tiwa-election-nomination-at-nagaon
নগাঁৱত তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰকৰি ব্যাপক তৎপৰতা

নগাঁঁও,25 নৱেম্বৰঃ তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যাপক তৎপৰতা আৰম্ভ হৈছে নগাঁৱত । অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি নগাঁও জিলাৰ দহটাকৈ তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছতেই বুধবাৰে বিভিন্ন দলৰ প্ৰাৰ্থীসকলে নগাঁৱৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ কৰ্তৃত্বপ্ৰাপ্ত বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে বিভিন্ন দলৰ প্ৰাৰ্থী সকলে । আম আদমী পাৰ্টীকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকী প্ৰাৰ্থীৰ লগতে ৩০ নং নামবৰ লালুংগাঁও সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে শশী বৰদলৈয়ে।

উল্লেখযোগ্য যে, নগাঁৱৰ এই পৰিষদীয় সমষ্টি কেইটাত আগন্তক ১৭ ডিচেম্বৰৰ পুৱা ৭.৩০ বজাৰ পৰা ভোটগ্ৰহণ আৰু ২৯ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা অনুষ্ঠিত হ’ব ।

লগতে পঢ়কঃ এদিনত 1 লাখ কোভিড প্ৰতিষেধক দিবলৈ সাজু এপ’ল’ হাস্পতাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.