ETV Bharat / state

কেন্দ্ৰীয় নেতৃবৰ্গৰ বিৰুদ্ধে সৰৱ নগাওঁ অগপৰ জিলা সমিতি - ৰাজ্যসভা

কেন্দ্ৰীয় নেতৃবৰ্গৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গ’ল অগপৰ নগাওঁ জিলা সমিতিক ৷ ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰে আঞ্চলিক দলটোৰ জিলা সমিতিয়ে ৷ লগতে অগপৰ তিনিমন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীক বর্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ
কেন্দ্ৰীয় নেতৃবৰ্গৰ বিৰুদ্ধে সৰৱ নগাওঁ অগপৰ জিলা সমিতি
author img

By

Published : Dec 12, 2019, 9:08 PM IST

নগাওঁ,12 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত জাঙোৰ খাই উঠিছে ৰাজ্যৰ সকলো দল-সংগঠন ৷ বিজেপিৰ মিত্ৰদল হিচাপে থকা অগপৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গ’ল অগপৰ নগাওঁ জিলা সমিতিক ৷ ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিছত বৃহস্পতিবাৰে নগাঁৱৰ কেব বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰে দলটোৰ স্থানীয় কৰ্মকৰ্তাসকলে ৷ উক্ত কাৰ্যসূচীৰ অন্তত কেন্দ্ৰীয় নেতৃবৰ্গৰ বিৰুদ্ধে কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰে আঞ্চলিক দলটোৰ জিলা সমিতিয়ে । জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰাৰ বাবে অগপৰ কেন্দ্ৰীয় নেতৃত্বৰ পদত্যাগ দাবী কৰে স্থানীয় সমিতিখনে ৷ লগতে অগপৰ তিনিমন্ত্ৰী ক্ৰমে অতুল বৰা,কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীক বর্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

কেন্দ্ৰীয় নেতৃবৰ্গৰ বিৰুদ্ধে সৰৱ নগাওঁ অগপৰ জিলা সমিতি

লগতে চাওকঃযোৰহাট পূলিবৰত কেব বিৰোধী প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত 6 জন

Intro:নগাওঁ অগপই বৰ্জন কৰিলে অগপৰ কেন্দ্ৰীয় নেতৃত্বক।

Body:নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছতেই বিজেপিৰ মিত্ৰ হৈ থকা আঞ্চলিক দল অগপৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অগপৰ নগাওঁ জিলা সমিতি। বুধবাৰে সন্ধিয়া ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিছতেই বৃহস্পিতিবাৰে নগাঁৱৰ কেব বিৰোধী আন্দোলনত অংশগ্ৰহণৰ অন্তত কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে নগাওঁ জিলা সমিতিয়ে। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰা অগপৰ কেন্দ্ৰীয় নেতৃত্বৰ পদত্যাগ দাবী কৰাৰ লগতে তিনি মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভুষণ চৌধুৰীক বর্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে।
bite, গিৰীন্দ্ৰ কুমাৰ বৰুৱা।
----------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১২-১২-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.