কলিয়াবৰ, 1 ছেপ্তেম্বৰঃ
- কলিয়াবৰত আৰক্ষীৰ জালত বাহনসহ তিনি ছাগলী চোৰ
- আৰক্ষীয়ে জব্দ কৰে চুৰিকাৰ্যত ব্যৱহৃত AS-02-B-9900 নম্বৰৰ ইণ্ডিকা বাহন
- আৰক্ষীৰ তালাচীত বাহনখনৰ ভিতৰত মুখত ব্লেকটেপ মৰা অৱস্থাত উদ্ধাৰ হয় তিনিটা ছাগলী
- ধৃত চোৰকেইটাৰ নাম ক্ৰমে ৰফিকুল ইছলাম, ৰহমত আলি আৰু জাকিৰ হুছেইনকলিয়াবৰত ধৃত তিনি ছাগলী চোৰ
- তথ্যানুসৰি ধৃত চোৰকেইটাৰ ঘৰ চামগুৰিৰ শিৱস্থান আৰক্ষী চকী এলেকাধীন খলিহামাৰিত বুলি জানিব পৰা গৈছে
- চোৰৰ দলটোৱে কলিয়াবৰৰ বামুণী অঞ্চলৰ পৰা ছাগলী তিনিটা চুৰি কৰি আনিছিল