ETV Bharat / state

আউনীআটি এডলীয়াবড় সত্ৰত চোৰৰ লুটপাত

১০ পাত সোণৰ ফুলি, ৰূপৰ ফুলি ২০পাত,পিতলৰ মূৰ্তি ৫ টাৰ লগতে অন্যান্য বহু সম্পদ লুটি নিয়ে চোৰৰ দলটোৱে

author img

By

Published : Feb 24, 2020, 3:02 PM IST

এডলীয়াবড় সত্ৰত চোৰৰ লুটপাত
এডলীয়াবড় সত্ৰত চোৰৰ লুটপাত

নগাঁও,24 ফেব্ৰুৱাৰীঃ নগাঁৱৰ আউনীআটি সত্ৰত চোৰৰ লুটপাত। দেওবাৰে নিশা আউনীআটী এডলীয়াবড় শাখা সত্ৰৰ পৰা চোৰে লুটি নিয়ে বহু মূল্যৱান সম্পদ। ১০ পাত সোণৰ ফুলি, ৰূপৰ ফুলি ২০পাত, পিতলৰ মূৰ্তিটাৰ লগতে অন্যান্য বহু সম্পদ লুটি নিয়ে চোৰৰ দলটোৱে ৷ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানো ঘটনা সন্দৰ্ভত চোৰৰ কোনো শুংসূত্ৰ লাভ কৰা নাই ৷

সত্ৰত চোৰৰ লুটপাত

লগতে চাওকঃ

ধুবুৰী পৌৰসভাৰ নিৰ্বাচনঃ প্ৰশাসনৰ পক্ষপাতমূলক ভূমিকাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.