ETV Bharat / state

ধিঙত ৰাইজৰ দ্বাৰা আটক চোৰ

author img

By

Published : Jun 30, 2019, 2:15 AM IST

বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিন ধৰি চুৰিকাৰ্যৰে সন্ত্ৰাস চলোৱা নিজাম উদ্দিন নামৰ চোৰটোয়ে চুৰি কৰিবলৈ গৈ অৱশেষত গৃহস্থৰ হাতত ধৰা পৰে ।

ধিঙত ৰাইজৰ দ্বাৰা আটক চোৰ

ধিং,30 জুন: এশ গৰু মাৰিলে বাঘৰো মৰণ । এই কথা প্ৰতিফলিত হ'ল লাহৰীঘাটৰ এটা গভাইত চোৰৰ ক্ষেত্ৰত । বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিন ধৰি চুৰিকাৰ্যৰে সন্ত্ৰাস চলোৱা নিজাম উদ্দিন নামৰ চোৰটোয়ে চুৰি কৰিবলৈ গৈ অৱশেষত গৃহস্থৰ হাতত ধৰা পৰে ।

ধিঙত ৰাইজৰ দ্বাৰা আটক চোৰ

লাহৰীঘাটৰ ধুপগুৰি বজাৰৰ এটা ব্যাৱসায়িক প্ৰতিষ্ঠানৰ পৰা শনিবাৰে সন্ধিয়া চোৰটোৱে এটা লেপটপ লুট কৰি উধাও হৈছিল । নিশা ভূঞাবাৰী পথাৰ গাঁৱৰ আজিজুৰ ৰহমান নামৰ শিক্ষকজনৰ ঘৰত চোৰটো প্ৰবেশ কৰি মোবাইলৰ লগতে টিভিটো লৈ যাব ধৰোতেই গৃহস্থই আগুচি ধৰাত চোৰটোৱে গৃহস্থৰ লগতে তেওঁৰ পত্নীক আক্ৰমণ কৰে । ইফালে ঘটনাৰ খবৰ পাই ওচৰ চুবুৰীয়া লোক গোট খাই চোৰটোক উত্তম মধ্যম দি লাহৰীঘাট আৰক্ষীক গতাই দিয়ে ।

Intro:চোৰক ৰাইজে আটক কৰি গথালে আৰক্ষীক Body:

: এশ গৰু মাৰিলে বাঘৰো মৰণ। এই কথা প্ৰতিফলিত হ'ল লাহৰীঘাটৰ এক গভাইত চোৰৰ ক্ষেত্ৰত।বৃহত্তৰ অঞ্চলটোত দীৰ্ঘ দিন ধৰি চুৰিকাৰ্যৰে সন্তাস চলোৱা নিজাম উদ্দিন নামৰ চোৰটোয়ে চুৰি কৰিবলৈ গৈ গৃহস্থৰ হাতত ধৰা পৰে।লাহৰীঘাটৰ ধুপগুৰি বজাৰৰ এটা ব্যাৱসায়ী প্ৰতিষ্ঠানৰ পৰা সন্ধিয়া চোৰটোৱে এটা লেপটপ লুট কৰি উধাও হৈছিল। নিশা ভূঞাবাৰী পথাৰ গাঁৱৰ আজিজুৰ ৰহমান নামৰ শিক্ষকজনৰ ঘৰত চোৰটোত প্ৰৱেশ কৰি মবাইৰ লগতে টি ভি টো লৈ যাৱ ধৰোতে গৃহস্থই আগুচি ধৰাত চোৰে গৃহস্থৰ লগতে তেওঁৰ পত্নীক আক্ৰমণ কৰে।ঘটনাৰ খবৰ পাই ওচৰ চুৱৰীয়া লোক গোটখাই চোৰটোক উত্তম মাধ্যম দি লাহৰীঘাট আৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে,এই গভাইত চোৰটোৱে এক সপ্তাহ আগতে জেল হাজতৰ পৰা মুকলি হৈ আহিছিলহে। আজি আকৌ লাহৰীঘাট আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰে ।

Byte গৃহস্থ ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.