ETV Bharat / state

নগাঁৱত চোৰৰ লুটপাত

নগাঁৱত চোৰৰ চাফাই অভিযান । লুটি নিলে নগদ ধন, সোণৰ অলংকাৰ ।

author img

By

Published : Feb 18, 2021, 9:04 AM IST

নগাঁৱত চোৰৰ লুটপাত
নগাঁৱত চোৰৰ লুটপাত

নগাঁও,18 ফেব্ৰুৱাৰীঃ নগাঁৱত ফুট গধূলিতে চোৰে চলালে লুটপাত ৷ টাউন তেলিয়াগাঁৱত সংঘটিত হৈছে এই চুৰি কাণ্ড ৷ ঘৰৰ গৃহস্থ বজাৰ কৰিবলৈ যাওঁতেই চোৰে লুটি নিলে নগদ ধন আৰু সোণৰ আ-অলংকাৰ ৷ নগাঁৱৰ টাউন তেলিয়াগাঁৱৰ বীণাপাণি কলিতাৰ ঘৰত চোৰে চলালে এই লুটপাত ৷ ঘটনা সংঘটিত হোৱাৰ পিছতে হয়বৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযান চলাইছে যদিও এই পৰ্যন্ত চোৰৰ কোনো শুংসূত্ৰ পোৱা নাই ৷

লগতে পঢ়কঃ পিতা-পুত্ৰীৰ সম্পৰ্কক অবৈধ ৰূপত প্ৰকাশ কৰা বাতৰিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.