ETV Bharat / state

টেম্প’ চলাই খাবলৈ দিয়ক ন'হলে উগ্ৰপন্থী সংগঠনত যোগদান কৰিম !

নগাঁৱত এই ভাবুকি টেম্প’ চালকৰ । নতুন পথ নিৰ্দেশনাৰ বিৰুদ্ধে সোমবাৰে এনেদৰে প্ৰতিবাদ কৰে টেম্প’ চালকসকলে ৷

টেম্প’ চলাই খাবলৈ দিয়ক ন'হলে উগ্ৰপন্থী সংগঠনত যোগদান কৰিম!
author img

By

Published : Jun 24, 2019, 6:01 PM IST

নগাঁও, 24 জুনঃ "টেম্প’ চলাই খাবলৈ দিয়ক ন'হলে উগ্ৰপন্থী সংগঠনত যোগদান কৰিম ।" নগাঁৱত এই ভাবুকি টেম্প’ চালকৰ । নতুন পথ নিৰ্দেশনাৰ বিৰুদ্ধে সোমবাৰে এনেদৰে প্ৰতিবাদ কৰে টেম্প’ চালকসকলে । উল্লেখ্য যে, নগাঁৱত প্ৰশাসনে টেম্প’ৰ বাবে জাৰি কৰা পথ নিৰ্দেশনাক লৈ ক্ষোভিত হৈ পৰিছে টেম্প’ চালকসকলক । বিশেষকৈ চামগুৰি, পুৰণিগুদাম, বঢ়মপুৰ আদি অঞ্চললৈ যোৱা টেম্প’ চালকে টেম্প’ৰ চলাচল বন্ধ কৰি সাব্যস্ত কৰা প্ৰতিবাদৰ ফলত বিপৰ্যস্ত হৈ পৰিছে সাধাৰণ ৰাইজৰ জনজীৱন । টেম্প’ৰ চলাচল বন্ধ কৰি টেম্প’ চালকৰ হুংকাৰ । আমাক যদি টেম্প’ চলাই খাব নিদিয়ে তেন্তে উগ্ৰপন্থী সংগঠনলৈ যাবলৈ দিয়ক ।

Intro:টেম্পো চলাই খাবলৈ দিয়ক নহলে যোগদান কৰিম উগ্ৰপন্থী সংগঠনত। নগাঁৱত এই ভাবুকি টেম্পো চালকৰ। নতুন পথ নিৰ্দেশনাৰ বিৰুদ্ধে প্ৰতিবাদ টেম্পো চালকৰ।

Body:নগাঁৱত প্ৰশাসনে টেম্পোৰ বাবে জাৰি কৰা পথ নিৰ্দেশনাক লৈ ক্ষোভিত হৈ পৰিছে টেম্পো চালকসকল। বিশেষকৈ চামগুৰি, পুৰণিগুদাম, বঢ়মপুৰ আদি অঞ্চললৈ যোৱা টেম্পো চালকে টেম্পো ৰ চলাচল বন্ধ কৰি সাব্যস্ত কৰা প্ৰতিবাদৰ ফলত বিপৰ্যস্ত হৈ পৰিছে সাধাৰণ ৰাইজৰ জনজীৱন। টেম্পোৰ চলাচল বন্ধ কৰি টেম্পো চালকৰ হুংকাৰ। আমাক যদি টেম্পো চলাই খাব নিদিয়ে তেন্তে উগ্ৰপন্থী সংগঠনলৈ যাবলৈ দিয়ক।
bite.
-----------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৪-৬-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.