ETV Bharat / state

Russia Ukraine crisis : যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা স্বগৃহত উপস্থিত কাশ্যপ পিনাকী ৰঞ্জন

ইউক্ৰেইনৰ পৰা সুকলমে আহি স্বগৃহ পালেহি নগাঁওৰ ছাত্র কাশ্যপ পিনাকী ৰঞ্জন(Nagaon Student Kashyap Pinaki Ranjan present at home)। সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰিলে মনোভাৱ। অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰকো জনালে ধন্যবাদ।

nagaon-student-kashyap-pinaki-ranjan-present-at-home-from-ukraine
যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা স্বগৃহত উপস্থিত কাশ্যপ পিনাকী ৰঞ্জন
author img

By

Published : Mar 13, 2022, 8:56 PM IST

নগাঁও, 13 মাৰ্চ : যুদ্ধবিধ্বস্ত ইউক্ৰেইনত(Russia Ukraine crisis) আৱদ্ধ অসম তথা ভাৰতৰ বহু ছাত্ৰ ছাত্ৰীক উদ্ধাৰ কৰিলে চৰকাৰে। চৰকাৰৰ সহযোগত ইউক্ৰেইনৰ ভয়াৱহ পৰিস্থিতিৰ মাজেৰেই অসমত উপস্থিত হ'ল চিকিৎসা বিজ্ঞানৰ বহু ছাত্ৰ-ছাত্ৰী(Government rescue students who stuck in Ukraine) ।

ইফালে, শনিবাৰে নিশা ইউক্ৰেইনৰ পৰা নিজ বাসগৃহত উপস্থিত হ'ল নগাঁৱৰ দক্ষিণপাটৰ এগৰাকী ছাত্ৰ । দক্ষিণপাটৰ কাশ্যপ পিনাকী ৰঞ্জনে নিজৰ বাসগৃহত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰিলে নিজ চকুৰে দেখা ইউক্ৰেইনৰ ভয়াৱহ পৰিস্থিতি(Nagaon Student Kashyap Pinaki Ranjan present at home)।

এক অকল্পনীয় পৰিস্থিতিৰ মাজেৰে অসম তথা কেন্দ্ৰীয় চৰকাৰৰ সহযোগত নিজ গৃহত উপস্থিত হোৱাৰ অভিজ্ঞতাও সংবাদ মাধ্যমৰ সন্মুখত বৰ্ণনা কৰিলে নগাঁৱৰ ছাত্ৰগৰাকীয়ে। উল্লেখ্য যে, ইউক্ৰেইনৰ লগতে আন দেশৰ ছাত্ৰ ছাত্ৰীসকলক উদ্ধাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে নগাঁৱৰ ছাত্ৰ কাশ্যপ পিনাকী ৰঞ্জনে।

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা স্বগৃহত উপস্থিত কাশ্যপ পিনাকী ৰঞ্জন
লগতে পঢ়ক : Russia Ukraine conflict: যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা আহিল অসমৰ আৰু ১৬ গৰাকী শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.