নগাঁও, 28 জুন: ধিং সমষ্টিৰ মৈৰাবাৰী থানাৰ তাতিকটা গাঁৱৰ তিনিটা সন্তানৰ পিতৃৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ ৷ খলিল নামৰ ব্যক্তিগৰাকীৰ বিৰুদ্ধে মৈৰাবাৰী এম ই মাদ্ৰাছাৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক অশ্লীল কথা কৈ হাৰাশাস্তি কৰি আহিছিল বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে ৷ লগতে ছাত্ৰী গৰাকীক বলপূৰ্বকভাবে বিয়া কৰাব খোজা বুলিও অভিযোগ কৰে ৷ যাৰ বাবে মানসিকভাৱে ভাগি পৰাত পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিলে ছাত্ৰী গৰাকী ৷ আনহাতে, অভিযুক্ত খলিলৰ বিৰুদ্ধে মৈৰাবাৰী থানাত গোচৰ তৰিছে ছাত্ৰী গৰাকীৰ পৰিয়ালে ৷
ধিঙত ছাত্ৰী নিৰ্যাতন
খলিল নামৰ ব্যক্তিগৰাকীৰ বিৰুদ্ধে মৈৰাবাৰী এম ই মাদ্ৰাছাৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক অশ্লীল কথা কৈ হাৰাশাস্তি কৰি আহিছিল বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে ৷