ETV Bharat / state

বটদ্ৰৱাৰ ফেচবুক কাণ্ড সন্দৰ্ভত সংবাদ মেল নগাঁও আৰক্ষী অধীক্ষকৰ - NAGAON

শনিবাৰে বটদ্ৰৱাৰ ফেচবুক কাণ্ড সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ সংবাদ মেল । কোনো দুষ্কৃতিকাৰীয়ে সংঘটিত কৰিছিল এনে কাৰ্য্য । আৰক্ষী থানাত ৰুজু হৈছে দুটাকৈ গোচৰ ।

বটদ্ৰৱাৰ ফেচবুক কাণ্ড সন্দৰ্ভত সংবাদ মেল নগাঁও আৰক্ষী অধীক্ষকৰ
author img

By

Published : Jun 16, 2019, 4:27 AM IST

Updated : Jun 16, 2019, 4:43 AM IST

নগাঁও, 16 জুনঃ এটা ফেচবুক পেজৰ বহুকেইটা বিতৰ্কিত পষ্টে ইতিমধ্যেই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতেই নগাঁও আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিৰ সংবাদ মেল । আৰক্ষীয়ে ইতিমধ্যে ফেচবুক পেজটো ব্লক কৰিছে বুলি জানিবলৈ দি দুষ্কৃতিকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰে অধীক্ষকজনে ৷ অৱশ্যে এই বিতৰ্কিত পেজটোৰ লগত নগাঁও-বটদ্ৰৱা অথবা ৰাজ্যৰ কোন ব্যক্তি জড়িত আছে সেই সম্পৰ্কে বৰ্তমান লৈকে জানিব পৰা হোৱা নাই বুলি উল্লেখ কৰে মেধিয়ে ।

বটদ্ৰৱাৰ ফেচবুক কাণ্ড সন্দৰ্ভত সংবাদ মেল নগাঁও আৰক্ষী অধীক্ষকৰ

বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চ নামৰ পেজটোত প্ৰথমে হিন্দু ধর্মৰ সন্দৰ্ভত বহু আপত্তিজনক মন্তব্য কৰাৰ লগতে নগ্ন কাপোৰ ফেচন হলে ধৰ্ষণ শাৰীৰিক ব্যায়াম বুলি পষ্ট কৰা হৈছিল । তাৰ পাচতেই জাঙুৰ খাই উঠিছিল বিভিন্ন দল সংগঠন । এই ঘটনা সন্দৰ্ভত নগাঁও সদৰ আৰু বটদ্ৰৱা আৰক্ষী থানাত পৃথকে পৃথকে দুটাকৈ গোচৰ ৰুজু কৰি নগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত । আৰক্ষীয়ে ইতিমধ্যে পেজটো ব্লক কৰি তদন্ত অব্যাহত ৰাখিছে ।

Intro:বটদ্ৰৱাৰ ফেচবুক কাণ্ড সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ সংবাদ মেল। ঘটনাত জড়িত নহয় নগাওঁ, বটদ্ৰৱাৰ কোনো ব্যক্তি। দুস্কৃতিকাৰীয়ে সংঘটিত কৰিছে এনে কাৰ্য্য। আৰক্ষী থানাত ৰুজু হৈছে দুটাকৈ গোচৰ।

Body:এটা ফেচবুক পেজৰ বহুকেইটা বিতৰ্কিত পষ্টে ইতিমধ্যেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতেই নগাওঁ আৰক্ষী অধীক্ষকৰ সংবাদ মেল। এই বিতৰ্কিত পেজটোৰে জড়িত নহয় নগাওঁ বটদ্ৰৱাৰ কোনো ব্যক্তি। কোনো দুস্কৃতিকাৰীয়ে এই কাৰ্য্য সংঘটিত কৰা বুলি প্ৰাথমিক তদন্তৰ অন্তত দাবী কৰিছে নগাওঁ জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে। বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চ নামৰ পেজটোত প্ৰথমে হিন্দু ধর্মৰ সন্ধৰ্ভত বহু অপত্তিজনক মন্তব্য কৰাৰ পিছতেই কৰিছিল আন এক বহু বিতৰ্কিত মন্তব্য। নগ্ন কাপোৰ ফেচন হলে ধৰ্ষণ শাৰীৰিক ব্যায়াম বুলি মন্তব্য কৰিছিল পেজটোত । তাৰ পিছতেই জাঙুৰ খাই উঠিছিল দল সংগঠন। এই ঘটনা সন্দৰ্ভত নগাওঁ সদৰ আৰু বটদ্ৰৱা আৰক্ষী থানাত পৃথকে পৃথকে দুটাকৈ গোচৰ ৰুজু কৰি নগাওঁ আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত। আৰক্ষীয়ে ইতিমধ্যে পেজটো ব্লক কৰি তদন্ত অব্যাহত ৰাখিছে।
bite. sp nagaon
------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১৫-৬-১৯

Conclusion:
Last Updated : Jun 16, 2019, 4:43 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.