কলিয়াবৰ, 9 ছেপ্তেম্বৰঃ কলিয়াবৰৰ ভিন্ন স্থানত উদ্ধাৰ চাৰিডালকৈ সাপ ৷ কলিয়াবৰ চাহ বাগিচা,পূৱথৰীয়া আৰু শিলঘাট অসম সমবায় মৰাপাট কলৰ আৱাসিক এলেকাত উদ্ধাৰ দুডাল অজগৰ,এডাল ফেঁটী আৰু এডাল গুৱালা সাপ ৷ স্থানীয় প্ৰকৃতি প্ৰেমী সঞ্জীৱ ডেকাই সাপ কেইডাল উদ্ধাৰ কৰি স্থানীয় কামাখ্যা সংৰক্ষিত বনাঞ্চলত মুক্ত কৰি দিয়ে ৷
কলিয়াবৰত উদ্ধাৰ চাৰিডালকৈ সাপ - শিলঘাট অসম সমবায় মৰাপাট কল
কলিয়াবৰৰ ভিন্ন স্থানত উদ্ধাৰ চাৰিডালকৈ সাপ ৷ উদ্ধাৰ দুডাল অজগৰ, এডাল ফেঁটী আৰু এডাল গুৱালা সাপ ৷

কলিয়াবৰত উদ্ধাৰ চাৰিডালকৈ সাপ
কলিয়াবৰ, 9 ছেপ্তেম্বৰঃ কলিয়াবৰৰ ভিন্ন স্থানত উদ্ধাৰ চাৰিডালকৈ সাপ ৷ কলিয়াবৰ চাহ বাগিচা,পূৱথৰীয়া আৰু শিলঘাট অসম সমবায় মৰাপাট কলৰ আৱাসিক এলেকাত উদ্ধাৰ দুডাল অজগৰ,এডাল ফেঁটী আৰু এডাল গুৱালা সাপ ৷ স্থানীয় প্ৰকৃতি প্ৰেমী সঞ্জীৱ ডেকাই সাপ কেইডাল উদ্ধাৰ কৰি স্থানীয় কামাখ্যা সংৰক্ষিত বনাঞ্চলত মুক্ত কৰি দিয়ে ৷
কলিয়াবৰত উদ্ধাৰ চাৰিডালকৈ সাপ
কলিয়াবৰত উদ্ধাৰ চাৰিডালকৈ সাপ
Intro:কলিয়াবৰত মুঠ চাৰিটা সাপ উদ্ধাৰ
কলিয়াবৰৰ ভিন্ন স্থানত দুটা অজগৰ, এটা ফেঁটী আৰু এটা গুৱলা সাপ উদ্ধাৰBody:কলিয়াবৰৰ ভিন্ন স্থানত দেওবাৰে দুটা অজগৰ, এটা ফেঁটী আৰু এটা গুৱলা সাপ উদ্ধাৰ কৰা হয়।
কলিয়াবৰ চাহ বাগিচা, পূৱথৰীয়া আৰু শিলঘাট অসম সমবায় মৰাপাট কলৰ আৱাসিক এলেকাত এই সাপ কেইটা উদ্ধাৰ কৰা হয়। স্থানীয় প্ৰকৃতি প্ৰেমী সঞ্জীৱ ডেকাই উদ্ধাৰ কৰে এই সাপকেইটা উদ্ধাৰ কৰি স্থানীয় কামাখ্যা সংৰক্ষিত বনাঞ্চলত মুক্ত কৰি দিয়ে। কলিয়াবৰ চাহ বাগিচাত উদ্ধাৰ কৰা এটা অজগৰ সাপৰ দৈৰ্ঘ্য প্ৰায় ১০ ফুট।Conclusion:vidual
bite