ETV Bharat / state

কলিয়াবৰত উদ্ধাৰ গ্ৰীণ কেট স্নেক আৰু কাছ - kaliyabor

কলিয়াবৰত এডাল গ্ৰীণ কেট স্নেক আৰু এটা কাছ উদ্ধাৰ৷ উদ্ধাৰ হোৱা গ্ৰীণ কেট স্নেক আৰু কাছটোক মুকলি কৰা হয় বনাঞ্চলত৷

Snake and Tortoise Rescued at Kaliabor
কলিয়াবৰত উদ্ধাৰ গ্ৰীণ কেট স্নেক আৰু কাছ
author img

By

Published : May 29, 2020, 8:31 PM IST

নগাঁও,29মে': কলিয়াবৰত উদ্ধাৰ এডাল গ্ৰীণ কেট স্নেক আৰু এটা কাছ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়পাহাৰ বনাঞ্চলৰ হস্তী শিৱিৰৰ পৰা গ্ৰীণ কেট স্নেকডাল আৰু কাছটো শিলঘাট অঞ্চলৰ পৰা স্থানীয় প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই উদ্ধাৰ কৰে৷ ইয়াৰ পাছতে প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই সুৰক্ষিত অৱস্থাত বনাঞ্চলত মুকলি কৰি দিয়ে৷

Snake and Tortoise Rescued at Kaliabor
কলিয়াবৰত উদ্ধাৰ গ্ৰীণ কেট স্নেক আৰু কাছ

স্থানীয় লোকৰ মন্তব্য অনুসৰি,বৃহস্পতিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়পাহাৰ বনাঞ্চলৰ হস্তী শিৱিৰৰ সমগ্ৰ অঞ্চলত উদ্ধাৰ হোৱা গ্ৰীণ কেট স্নেকডালে আতংকৰ সৃষ্টি কৰি আছিল৷ ইয়াৰ পাছতে প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই আজি গ্ৰীণ কেট স্নেকডালক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

অন্য এক খবৰ:ডিব্ৰুগড়ত আইইডি বিস্ফোৰণৰ বাবে সাজু বোমা বিশেষজ্ঞৰ দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.