ETV Bharat / state

ৰূপহীহাট প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ

author img

By

Published : Nov 13, 2020, 9:16 PM IST

স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত গড়াজান বন বিভাগৰ লোক উপস্থিত হৈ ৰাইজৰ সহযোগত এজোপা আঁহত গছৰ পৰা অজগৰ সাপডাল উদ্ধাৰ কৰে ।

snack recovery at rupohihat
ৰূপহীহাট প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ

চামগুৰি,13 নৱেম্বৰঃ নগাঁও জিলাৰ ৰূপহীহাট থানাৰ অন্তৰ্গত কাঞ্চনপুৰ গাঁৱত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ ৷ শুকুৰবাৰে ৰূপহীহাটৰ কাঞ্চনপুৰ গাঁৱত এজোপা আঁহত গছত বিচৰণ কৰি আছিল সাপ ডাল ।

উল্লেখযোগ্য যে, প্ৰায় ৫,৬ দিন ধৰি প্ৰকাণ্ড অজগৰ সাপডাল স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আছিল বিভিন্ন ঠাইত ৷ অৱশেষত স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়া ঘটনাস্থলীত গড়াজান বন বিভাগৰ লোক উপস্থিত হৈ ৰাইজৰ সহযোগত গছৰ পৰা অজগৰ সাপ ডাল উদ্ধাৰ কৰি বিভাগটোৰ লোকে লৈ যায়।

লগতে পঢ়কঃ বঙাইগাঁৱত বীৰ চিলাৰায়ৰ সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.