ETV Bharat / state

অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত বিসংগতি - Arunoday Scheme corruption

কলিয়াবৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকা প্ৰস্তুতিত ব্যাপক বিসংগতি হোৱা বুলি জানিব পৰা গৈছে ।

কলিয়াবৰ
কলিয়াবৰ
author img

By

Published : Oct 1, 2020, 8:42 PM IST

কলিয়াবৰ, 1 অক্টোবৰঃ ৰাজ‍্যত ইটোৰ পাছত সিটো কেলেংকাৰীয়ে পৰিৱেশ উষ্ম কৰি থকাৰ সময়তে কলিয়াবৰত সংঘটিত হৈছে আন এটা কেলেংকাৰীৰ অভিযোগ ৷ কলিয়াবৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকা প্ৰস্তুতিত ব্যাপক বিসংগতি হোৱা বুলি জানিব পৰা গৈছে । ফলত বঞ্চিত হিতাধিকাৰীয়ে ঘেৰাও কৰে কলিয়াবৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় । কলিয়াবৰ উন্নয়ন খণ্ডৰ কাৰ্য‍ালয়ত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়াক জৱাবদিহি কৰি পৰিৱেশ উত্তাল কৰি তোলে ৰাইজে ।

লগতে পঢ়কঃ মন্ত্ৰীৰ পৰিদৰ্শনৰ পিছতে পথৰ মেৰামতি আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.