ETV Bharat / state

কাৰাগাৰত চলে যৌন নিৰ্যাতন: মানৱ অধিকাৰ আয়োগ

author img

By

Published : Jun 4, 2020, 8:26 PM IST

বৃহস্পতিবাৰে নগাঁও আৰু মৰিগাঁৱৰ কোৱাৰেণ্টাইন কেন্দ্ৰ আৰু কাৰাগাৰ পৰিদৰ্শন কৰে মানৱ অধিকাৰ আয়োগৰ এটা দলে ৷ দলটোৱে পৰিদৰ্শনৰ অন্তত কাৰাগাৰৰ ভিতৰচ’ৰাত পুৰণি কয়দীয়ে নতুন কয়দীক যৌন নিৰ্যাতন চলোৱা বুলি বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে ৷

sansational reaction by human rights commision againt nagaon jail assam etv bharat news
কাৰাগাৰত চলে যৌন নিৰ্যাতন:মানৱ অধিকাৰ আয়োগ

নগাঁও, 4 জুন: কাৰাগাৰৰ ভিতৰত নতুন কয়দীক নানা অত্যাচাৰ কৰে পুৰণা কয়দীয়ে । আনকি শেহতীয়াকৈ কয়দীসকলক যৌন নিৰ্যাতন আৰম্ভ কৰিছে পুৰণা কয়দীয়ে । নগাঁৱত এনে এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে মানৱ অধিকাৰ আয়োগৰ সদস্য দেৱ কুমাৰ শইকীয়াই । বৃহস্পতিবাৰে নগাঁও-মৰিগাঁৱৰ বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰৰ লগতে কাৰাগাৰ পৰিদৰ্শন কৰি এই মন্তব্য আগবঢ়াই শইকীয়াই । মানৱ অধিকাৰ আয়োগৰ সদস্যসহ অধ্যক্ষগৰাকীয়ে সমগ্ৰ পৰিস্থিতি পৰিদৰ্শন কৰে ৷

বিস্ফোৰক মন্তব্য মানৱ অধিকাৰ আয়োগৰ

আনহাতে,জিলা দুখনত নতুন কয়দীক অত্যাচাৰ কৰাৰ কোনো তথ্য লাভ কৰা নাই বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে দেৱ কুমাৰ শইকীয়াই। মহামাৰী কৰ’ণাৰ ভয়াৱহতাৰ সময়ত কাৰাগাৰৰ ভিতৰত কয়দীসকলে সাৱধানতা অৱলম্বন কৰিছে নে নাই সেই সন্দৰ্ভতো বুজ লয় মানৱ অধিকাৰ আয়োগে ।

কাৰাগাৰ পৰিদৰ্শন মানৱ অধিকাৰ আয়োগৰ

লগতে চাওকঃ অৱসৰৰ দিনাই নলবাৰীৰ দুই শিক্ষকলৈ পেঞ্চন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.