ETV Bharat / state

নগাঁৱৰ পুৰণিগুদামত চাঞ্চল্যকৰ ডকাইতি - nogaon robbery news

নগাঁৱৰ পুৰণিগুদাম পেট্ৰল পাম্পত ডকাইতি । কৰ্মচাৰীৰ মূৰত পিষ্টল টোঁৱাই ডকাইতে লুটিলে ধন ।

পুৰণিগুদামত চাঞ্চল্যকৰ ডকাইতি কাণ্ড
author img

By

Published : Nov 17, 2019, 10:05 AM IST

নগাঁও, 17 নৱেম্বৰ: নগাঁৱৰ পুৰণিগুদামৰ ৰিলায়েঞ্চ পেট্ৰ'ল পাম্পত পুৱতি নিশা সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি কাণ্ড । অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে লুটপাট চলালে পেট্ৰ'ল পাম্পটোত । উজনিমুৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পেট্ৰল পাম্পটোত থকা কৰ্মচাৰীৰ মূৰত পিষ্টল টোঁৱাই লুটপাত কৰিলে ডকাইতৰ দলে । বাইকত আহিছিল দুৰ্বৃত্তৰ দলটো । প্ৰথমে দুখন পালচাৰ বাইকত অহা চাৰিজনীয়া দলে বাইকত ভৰাইছিল পেট্ৰল । দ্বিতীয়খন বাইকত পেট্ৰল দিয়াৰ সময়তে পিষ্টল উলিয়াই কৰ্মচাৰীক প্ৰদান কৰে ভাবুকি । পেট্ৰল পাম্পটোত একপ্ৰকাৰ তাণ্ডৱ চলালে দুৰ্বৃত্তৰ দলটোৱে । ভাঙি লণ্ডভণ্ড কৰিলে বহু আচবাব । লুটি নিলে বিভিন্ন সামগ্ৰীসহ নগদ ধন । দুটাকৈ কম্পিউটাৰ, চি চি টিভি কেমেৰা আৰু ডি ভি আৰ ছেটসহ লক্ষাধিক টকা লুটপাত কৰিলে দলটোৱে ।

Intro:গাওঁৱৰ ৰাইজে অবৰোধ কৰিলে ৰাজ পথ , ১৫ নং ৰাষ্টীয় ঘাই পথ কেবা ঘন্টা ধৰি অবৰোধ ৷
তেজপুৰ,১৬ নবেম্বৰ : শোনিতপুৰ জিলাৰ তেজপুৰৰ বিহগুৰি দৈনিক বজাৰত আজি কেবাশতাধিক লোক হাতীৰ আক্ৰমণত শংকিত হৈ পথ অবৰোধ কৰে !উলেখ্যযে বিগত প্ৰায় ২০ বছৰ ধৰি নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু সোনাই ৰূপাই ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা জাক জাক হাতীয়ে অঞ্চলটোৰ কৃষক ৰাইজৰ ব্যাপক ক্ষতিসাধন কৰি সৰ্বস্বান্ত কৰিছে। শেহতীয়াকৈ বন বিভাগৰ বিভিন্ন অভাৱ-অভিযোগৰ লগতে বনাঞ্চল আৰু খাদ্যৰ অভাৱৰ ফলত এই হাতী-মানুহৰ সংঘাতে চূড়ান্ত ৰুপ ধাৰণ কৰিছে। বছৰৰ ভাতমুঠি হেৰুৱাই জুৰুলা হোৱাৰ বেদনাত কৃষকসকলে কেতিয়াবা বন বিভাগৰ ওপৰত অভিযোগ তুলি হাতী মানুহৰ সংঘাত বনবিভাগৰ বাবে হয় বুলি ক্ষোভিত হৈ পৰে।

Body:তেজপুৰৰ গাওঁসমূহ আৰু কৃষকৰ ভৱিষ্যতৰ ভয়াবহতাৰ জীয়া ছবিখন উপলব্ধি কৰিয়েই হাতীৰ অহা-কৰা পথত ফুডপার্ক স্থাপনৰ তীব্ৰ বিৰোধীতা কৰি আহিছে ! যথেষ্ট বাধা-বিঘিনি হৈছিল যদিও বিভাগীয় সহায় আৰু বিভিন্নজনৰ তৎপৰতাত ফুডপার্ক বন্ধ হৈছ ! বিগত ভয়াবহ বানৰ সময়তো কৃষকৰ পথাৰবোৰ,কাষৰীয়া গাঁওবোৰ যেতিয়া যেতিয়া ডুব যোৱাৰ উপক্ৰম হৈছিল !
Conclusion:হাতী-মানুহৰ সংঘাত দূৰ কৰি
স্বইচ্ছাই ৰাইজৰ সেৱা আগবঢ়োৱাসকলৰ দুৰ্গতি নহৈ কৃষকসকলৰ পথাৰ সুৰক্ষিত হওঁক তাৰ বাবে চৰকাৰ-বিভাগৰ গুৰুত্ব আৰোপ কৰা আহ্বান জনাইছে ।

প্ৰণৱ কুমাৰ দাস ৷
তেজপুৰ ৷
১৬/১১/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.