ETV Bharat / state

নগাঁৱৰ উৰিয়াগাঁৱত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

নগাঁৱৰ উৰিয়াগাঁৱত চাঞ্চল্যকৰ ডকাইতি কাণ্ড । শ্ৰমিকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি লুটিলে ধন, ম’বাইল ৷

author img

By

Published : Mar 10, 2021, 3:31 PM IST

নগাঁৱৰ উৰিয়গাঁৱত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

নগাঁও,10 মাৰ্চঃ নগাঁৱৰ উৰিয়াগাঁৱত মঙলবাৰে পুৱতি নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড । বিহপুৰীয়াৰ পৰা নৈশ বাছেৰে আহি নগাঁৱৰ উৰিয়াগাঁও বাইপাছ চ'কত ৰৈ থকা অৱস্থাত দুৰ্বৃত্তৰ দল এটাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি লুট-পাত কৰে ।

নগাঁৱৰ উৰিয়াগাঁৱত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

উল্লেখযোগ্য যে, চোকা অস্ত্ৰৰ ভয়-ভাবুকি দেখুৱাই শ্ৰমিকজনৰ লগত থকা নগদ বাৰশ টকাৰ লগতে ম’বাইল কাঢ়ি লগত লৈ যায় ডকাইতে । সম্প্ৰতি আহত শ্ৰমিকজনক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে দুৰ্বৃত্তৰ সন্ধানত নগাঁৱৰ ইটাচালি আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান ৷

লগতে পঢ়কঃ ডিব্ৰুগড়ত মনোনয়ন দাখিলৰ পৰা বঞ্চিত হ'ল দুজনকৈ প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.