নগাঁও, 9 অক্টোবৰঃ নগাঁও ৰূপহীহাটত পিষ্টল আৰু সজীৱ গুলী সহ আটক দুৰ্ধৰ্ষ ডকাইত ৷ ৰূপহীহাটৰ সোনাইবেৰাৰ পৰা গাঁওৰক্ষী বাহিনীৰ সহযোগত নিশা আৰক্ষীয়ে কৰায়ত্ব কৰে ডকাইতটোক ৷ ধৃত ডকাইতটোৰ নাম গুনাবাৰীৰ জহিৰুল ইছলাম । আনহাতে ঘটনাস্থলীৰ পৰা গুলীফুটাই পলায়ন কৰে আন এটা ডকাইতে । ধৃত ডকাইতটোৰ পৰা আৰক্ষীয়ে 2MM পিষ্টল, তিনিজাই সজীৱ গুলী আৰু 25টা ম'বাইল ফোন জব্দ কৰে ৷
ৰূপহীহাটত পিষ্টলসহ আটক দুৰ্ধৰ্ষ ডকাইত
ৰূপহীহাটৰ সোনাইবেৰাৰ পৰা গাঁওৰক্ষী বাহিনীৰ সহযোগত নিশা আৰক্ষীয়ে কৰায়ত্ব কৰে ডকাইতটোক ৷ ধৃত ডকাইতটোৰ নাম গুনাবাৰীৰ জহিৰুল ইছলাম
ৰূপহীহাটত পিষ্টলসহ আটক দুৰ্ধৰ্ষ ডকাইত
নগাঁও, 9 অক্টোবৰঃ নগাঁও ৰূপহীহাটত পিষ্টল আৰু সজীৱ গুলী সহ আটক দুৰ্ধৰ্ষ ডকাইত ৷ ৰূপহীহাটৰ সোনাইবেৰাৰ পৰা গাঁওৰক্ষী বাহিনীৰ সহযোগত নিশা আৰক্ষীয়ে কৰায়ত্ব কৰে ডকাইতটোক ৷ ধৃত ডকাইতটোৰ নাম গুনাবাৰীৰ জহিৰুল ইছলাম । আনহাতে ঘটনাস্থলীৰ পৰা গুলীফুটাই পলায়ন কৰে আন এটা ডকাইতে । ধৃত ডকাইতটোৰ পৰা আৰক্ষীয়ে 2MM পিষ্টল, তিনিজাই সজীৱ গুলী আৰু 25টা ম'বাইল ফোন জব্দ কৰে ৷
Intro:Body:
ৰূপহীহাটত পিষ্টল, গুলী সহ দুৰ্ধৰ্ষ ডকাইত আটক।
ৰূপহীহাটৰ সোনাইবেৰাৰ পৰা গাঁওৰক্ষী বাহিনীৰ সহযোগত নিশা আৰক্ষীয়ে কৰায়ত্ব কৰে ডকাইতটোক৷
ধৃত ডকাইতটোৰ নাম গুনাবাৰীৰ জহিৰুল ইছলাম।
গুলীফুটাই পলায়ন আন এটা ডকাইতৰ।
ধৃত ডকাইতটোৰ পৰা আৰক্ষীয়ে 2mm পিষ্টল, তিনিজাই সজীৱ গুলী আৰু 25টা মবাইল ফোন জব্দ৷
ৰূপহীহাটৰ পৰা উত্তম কুমাৰ বৰা ৷Conclusion: