ETV Bharat / state

অমিত শ্বাহৰ সভালৈ গৈ দুৰ্ঘটনাত পতিত এজন লোক

author img

By

Published : Feb 26, 2021, 10:17 AM IST

অমিত শ্বাহৰ সভালৈ গৈ দুৰ্ঘটনাত পতিত হয় এজন লোক ৷ বটদ্ৰৱা থানাৰ ওচৰতে সংঘটিত এই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাত পতিত লোকজন ৷

অমিত শ্বাহৰ সভালৈ গৈ দূৰ্ঘটনাত পতিত এজন লোক

চামগুৰি, 26 ফেব্ৰুৱাৰীঃ বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা‌ । অমিত শ্বাহৰ সভালৈ গৈ দূৰ্ঘটনাত পতিত হয় এজন লোক ৷ বটদ্ৰৱা থানাৰ ওচৰতে সংঘটিত হৈছে এই পথ দূৰ্ঘটনা ৷ এখন বাহনৰ খুন্দাত গুৰুত্বৰ ভাৱে আহত হয় দূৰ্ঘটনাত পতিত হোৱা লোকজন ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে ১৮৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগীয়া প্ৰকল্প নিৰ্মাণ কাৰ্যৰ মংগলিক শুভাৰম্ভ কৰিবলৈ বটদ্ৰৱাত উপস্থিত হৈছিল দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ । গৃহমন্ত্ৰী গৰাকী উপস্থিত থকা এই সভাত অংশ লৈ ঘৰ অভিমুখে উভতাৰ পথতে দুৰ্ঘটনাত পতিত হয় লোকজন ৷

ঘটনাস্থলীত বটদ্ৰৱাৰ আৰক্ষী উপস্থিত হৈ আহত লোকজনক ততালিকে নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । বৰ্তমান আহত লোকজনৰ স্বাস্থ্য কিছু সুস্থিৰ বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ মাংসৰ দোকানত মাংসৰ সলনি ওলাল ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.