ETV Bharat / state

ৰহাত পথ দুৰ্ঘটনা, নিহত ২ - অসম নিউজ

AS-01-GC-2933 নম্বৰৰ নগাঁও গুৱাহাটী অভিমুখী নেটৱৰ্ক ট্ৰেভেলচৰ নৈশ বাছখনৰ যান্ত্ৰিক বিজুটি হোৱাত চালক আৰু হেন্দিমেনে মিলি মেৰামতি কৰি থকাৰ সময়ত একে দিশৰ পৰা গৈ থকা এখন মালবাহী ট্ৰাকে পচণ্ড জোৰে বাছখনৰ পিছফালে খুণ্ডা মাৰে

ৰহাত পথ দুৰ্ঘটনাত, নিহত ২
author img

By

Published : Jul 12, 2019, 8:33 AM IST

নগাঁও, 12 জুলাইঃ ৰহাত ভয়াবহ পথ দুৰ্ঘটনাত ৷ থিতাতে নিহত ২ জন । গুৰুতৰভাৱে আহত ৩ জন । নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ ফুলগুৰি ৰাষ্ট্ৰীয় 37 নং ঘাইপথত শুকুৰবাৰে পুৱা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । ঘটনাৰ বিবৰণী অনুসৰি, AS-01-GC-2933 নম্বৰৰ নগাঁও গুৱাহাটী অভিমুখী নেটৱৰ্ক ট্ৰেভেলচৰ নৈশ বাছখনৰ যান্ত্ৰিক বিজুটি হোৱাত চালক আৰু হেন্দিমেনে মিলি মেৰামতি কৰি থকাৰ সময়ত একে দিশৰ পৰা গৈ থকা এখন মালবাহী ট্ৰাকে পচণ্ড জোৰে বাছখনৰ পিছফালে খুণ্ডা মাৰে । ফলত মেৰামতিত ব্যস্ত বাছখনৰ চালক-হেন্দিমেন দুয়ো থিতাতে নিহত হয় আৰু দুজন গুৰুতৰ ভাৱে আহত হয় । দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখন লগে লগে পলায়ন কৰে । ঘটনাৰ খবৰ লাভ কৰি ৰহা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত দুজনক নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

Intro:ৰহাত ভয়াবহ পথ দুৰ্ঘটনাত থিতাতে নিহত ২ জন । আহত ৩ জন । Body:নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ ফুলগুৰি ৰাষ্ট্ৰীয় ৩৭ নং ঘাইপথত শুকুৰবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা । এই দূৰ্ঘটনাত থিতাতে নিহত হয় দুজনৰ। ঘটনাৰ বিবৰণী অনুসৰি AS01GC-2933 নম্বৰৰ নগাঁও-গুৱাহাটী অভিমুখী নেটৱৰ্ক টেভেলচৰ নৈশ বাছখনৰ যান্ত্ৰিক বিজুটি হোৱাত চালক আৰু হেন্দিমেনে মিলি মেৰামতি কৰি থকাৰ সময়ত একে দিশৰ পৰা গৈ থকা এখন মালবাহী ট্ৰাকে পচণ্ড জোৰে বাছখনৰ পিছফালে খুণ্ডা মাৰে।ফলত মেৰামতিত ব্যস্ত বাছখনৰ চালক-হেন্দিমেন দুয়ো থিতাতে নিহত হয় আৰু দুজন গুৰুতৰ ভাৱে আহত হয়। দূৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখন লগে লগে পলায়ন কৰে। ঘটনাৰ খবৰ লাভ কৰি ৰহা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত দুজনক নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.