ETV Bharat / state

নগাঁৱৰ কঠীয়াতলীত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ট্ৰাক চালক

author img

By

Published : Mar 4, 2020, 9:46 AM IST

নগাঁৱৰ কঠীয়াতলীত নিশা ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত এখন কয়লাভৰ্তি ট্ৰাকে অভাৰটেক কৰিবলৈ গৈ মহতিয়াই নিলে আন এখন ট্ৰাক | এই দুৰ্ঘটনাত এজন ট্ৰাক চালক থিতাতে নিহত হোৱাৰ লগতে আহত হয় এজন লোক ৷

থিতাতে নিহত ট্ৰাক চালক
থিতাতে নিহত ট্ৰাক চালক

কঠীয়াতলী, 4 মাৰ্চঃ নগাঁৱৰ কঠীয়াতলীত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিশা ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত কয়লা ভৰ্ত্তি ট্ৰাকৰ চেপাত নিহত হয় এগৰাকী লোক ৷ এখন কয়লাভৰ্তি ট্ৰাকে অভাৰটেক কৰিবলৈ গৈ মহতিয়াই নিলে আন এখন ট্ৰাক ৷ এই ঘটনাত থিতাতে এজন ট্ৰাক চালক নিহত হোৱাৰ লগতে আহত হয় আন এজন লোক ৷ মোঘালয়ৰ পৰা গুৱাহাটী অভিমুখী তিনিখন ট্ৰাকৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা ৷

নগাঁৱৰ কঠীয়াতলীত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ট্ৰাক চালক

লগতে পঢ়কঃ হাজোত ভংয়কৰ পথ দুৰ্ঘটনাঃ নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.