ETV Bharat / state

সেনাৰ বাহনে মহতিয়ালে স্কুটি আৰোহীক

author img

By

Published : Feb 13, 2021, 1:55 PM IST

Updated : Feb 13, 2021, 2:52 PM IST

কলিয়াবৰৰ ৰাঙলুত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ সেনাৰ বাহনে মহতিয়ালে স্কুটি আৰোহীক ৷ ঘটনাস্থলীতে নিহত কলিয়াবৰৰ বামুণীৰ জোৱেল সিং টেৰণ নামৰ এজন লোক ৷

সেনাৰ বাহনে মহতিয়ালে স্কুটি আৰোহীক
সেনাৰ বাহনে মহতিয়ালে স্কুটি আৰোহীক

নগাঁও,13 ফেব্ৰুৱাৰী: কলিয়াবৰত শনিবাৰে সেনাৰ বাহনে মহতিয়াই নিলে এগৰাকী স্কুটি আৰোহীক ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুগৰাকী ২য় অসম বন সুৰক্ষা বাহিনীৰ জোৱান ৷ উল্লেখ্য যে, AS 03 AB 1882 নম্বৰৰ স্কুটিৰে ঘৰৰ সকামলৈ বুলি গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা এখন সেনা বাহিনীৰ বাহনে মহতিয়াই নি অন্য এখন বলেৰ’ বাহনত খুন্দিয়ায় । ফলত ঘটনাস্থলীতে নিহত হয় কলিয়াবৰৰ বামুণীৰ জোৱেল সিং তেৰণ (৩৫) নামৰ ব্যক্তিগৰাকী ৷

সেনাৰ বাহনে মহতিয়ালে স্কুটি আৰোহীক
সেনাৰ বাহনে মহতিয়ালে স্কুটি আৰোহীক

মৃত লোকজন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ ডিফলু বন শিবিৰত কৰ্মৰত আছিল । বৰ্তমান জখলাবন্ধা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ।

সেনা বাহিনীৰ গাড়ীয়ে মহতীয়ালে স্কুটি আৰোহীক

লগতে পঢ়ক: নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড: জাহ গ’ল 15 টা বাসগৃহ

Last Updated : Feb 13, 2021, 2:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.