ETV Bharat / state

কলিয়াবৰ আৰক্ষীৰ অভিযানত আটক 4 দুধৰ্ষ চোৰাং চিকাৰী

author img

By

Published : Jun 11, 2019, 6:58 PM IST

গঁড় চিকাৰীৰ বিৰুদ্ধে কলিয়বৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান ৷ অভিযানত আটক চাৰি চোৰাং চিকাৰী ৷ চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ ৩০৩ ৰাইফলৰ দহ জাঁই সজীৱ গুলী,চাৰিচকীয়া বাহন ৷

কলিয়াবৰ আৰক্ষীৰ সফলতা, ধৃত 4 চোৰাং চিকাৰী

কলিয়াবৰ,11 জুন: গঁড় চিকাৰীৰ বিৰুদ্ধে কলিয়াবৰ আৰক্ষীৰ ধাৰাবাহিক অভিযানত পুনৰ সফলতা । এই অভিযানৰ সময়ত ৩০৩ ৰাইফলৰ দহ ৰাউণ্ড সজীৱ গুলী,চাৰিচকীয়া বাহনৰ সৈতে বাগৰিত আটক চাৰি চোৰাং চিকাৰী। জখলাবন্ধা আৰু বাগৰি আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত আৰক্ষীৰ জালত পৰে চাৰি দুধৰ্ষ চোৰাং চিকাৰী। সোমবাৰে নিশা বাগৰিৰ তেল ডিপোৰ সন্মুখৰ পৰা আটক কৰে চোৰাং চিকাৰী কেইটাক । ধৃত চাৰি চোৰাং চিকাৰী ৰূপহীহাট চাইদৰীয়াৰ আনোৱাৰ হুছেইন,লংকা নখুটিৰ ৰমজান আলি,জুৰিয়া উদমাৰীৰ ইমান আলি আৰু নগালেণ্ড-অসম সীমান্তৰ দিলীপ বড়ো বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। চোৰাং চিকাৰীৰ দলটো এখন ইয়ন গাড়ীৰে আহিছিল। জখলাবন্ধা আৰক্ষী নিৱেশত সোধা-পোচা অব্যাহত আছে ধৃত চোৰাং চিকাৰী দলটোৰ। কাজিৰঙাত গড়ঁ হত্যাৰ পৰিকল্পনাৰে বাগৰি এলেকাত থিতাপি ল'বলৈ আহোতেই আৰক্ষীৰ জালত পৰে চোৰাং চিকাৰী কেইটা। চোৰাং চিকাৰীৰ দলটোৰ পৰা থ্ৰী নট থ্ৰী ৰাইফলৰ দহ ৰাউণ্ড সজীৱ গুলী আৰু এখন ইয়ন গাড়ী জব্দ কৰে আৰক্ষীয়ে ৷

কলিয়াবৰ আৰক্ষীৰ সফলতা, ধৃত 4 চোৰাং চিকাৰী

লগতে পঢ়ক: সমাধিস্থলত কেনে আছে সুধাকণ্ঠ?

উল্লেখযোগ্য যে, ধৃত দিলীপ বড়ো শ্বাৰ্প শ্বুটাৰ বুলি জনাইছে আৰক্ষীয়ে। ইফালে গঁড় হত্যাত ব্যৱহৃত মাৰণাস্ত্ৰটোৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Intro:গঁড় চিকাৰীৰ বিৰুদ্ধে কলিয়বৰ আৰক্ষীৰ ধাৰাবাহিক অভিযানত চোৰাং চিকাৰীৰ উজান

থ্ৰি নট থ্ৰি ৰাইফলৰ দহ ৰাউণ্ড সজীৱ গুলী, চাৰিচকীয়া বাহনৰ সৈতে বাগৰিত আটক চাৰি চোৰাংচিকাৰী

জখলাবন্ধা-বাগৰি আৰক্ষীৰ সফল অভিযান-আৰক্ষীৰ জালত পৰে চাৰি দূধৰ্ষ চোৰাংচিকাৰী
Body:গঁড় চিকাৰীৰ বিৰুদ্ধে কলিয়াবৰ আৰক্ষীৰ ধাৰাবাহিক অভিযানত পুণৰ সফলতা। এই অভিযানৰ সময়ত এটা ৩০৩ ৰাইফলসহ দহ ৰাউণ্ড সজীৱ গুলী, চাৰিচকীয়া বাহনৰ সৈতে বাগৰিত আটক চাৰি চোৰাংচিকাৰী।
জখলাবন্ধা-বাগৰি আৰক্ষীৰ সফল অভিযান-আৰক্ষীৰ জালত পৰে চাৰি দূধৰ্ষ চোৰাংচিকাৰী। সোমবাৰে নিশা বাগৰিৰ তেল ডিপোৰ সন্মুখৰ পৰা আটক কৰে চাৰি চোৰাং চিকাৰীক। ধৃত চাৰি চোৰাং চিকাৰী ৰূপহীহাট চাইদৰীয়াৰ আনোৱাৰ হুছেইন, লংকা নখুটিৰ ৰমজান আলি, জুৰিয়া উদমাৰীৰ ইমান আলি আৰু নগালেণ্ড-অসম সীমান্তৰ দিলীপ বড়ো বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। চোৰাং চিকাৰীদলটোৱে এখন ইয়ন গাড়ীৰে আহিছিল। জখলাবন্ধা আৰক্ষী নিৱেশত সোধা-পোচা অব্যাহত আছে ধৃত চোৰাংচিকাৰী দলৰ। কাজিৰঙাত গড়ঁ হত্যাৰ পৰিকল্পনাৰে বাগৰি এলেকাত থিতাপি ল'বলৈ আহোতেই জালত পৰে আৰক্ষীৰ।চোৰাং চিকাৰী দলটোৰ পৰা থ্ৰি নট থ্ৰি ৰাইফলৰ দহ ৰাউণ্ড সজীৱ গুলী আৰু ব্যৱহাৰ কৰা ইয়ন গাড়ীখনো জব্দ কৰে। উল্লেখযোগ্য যে, ধৃত দিলীপ বড়ো চাৰ্প শ্বুটাৰ বুলি আৰক্ষীয়ে সদৰি কৰিছে। গড়ঁহত্যাত ব্যৱহৃত মাৰণাস্ত্ৰটোৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।Conclusion:visuals
bite of o/c jkd ps
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.