ETV Bharat / state

বঢ়মপুৰত পঞ্চদশ তম্ কেন্দ্ৰীয় ৰাস মহোৎসৱ - rash

নগাঁৱৰ বঢ়মপুৰত অনুষ্ঠিত কৰা হ'ব পঞ্চদশতম কেন্দ্ৰীয় ৰাস মহোৎসৱ ৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল ৰক্ষা কৰি ডিচেম্বৰৰ ৫ তাৰিখে অনুষ্ঠিত হ'ব ৰাস ৷

কেন্দ্ৰীয় ৰাস মহোৎসৱ
কেন্দ্ৰীয় ৰাস মহোৎসৱ
author img

By

Published : Nov 1, 2020, 10:59 PM IST

চামগুৰি, 1 নৱেম্বৰ : সভ্যতা, সংস্কৃতি আৰু পৰম্পৰাৰে ক'ভিড প্ৰট'কল ৰক্ষা কৰি বঢ়মপুৰত অনষ্ঠিত হ'ব পঞ্চদশ তম কেন্দ্ৰীয় ৰাস মহোৎসৱ। ডিচেম্বৰৰ ৫ তাৰিখে ৰাজ্যৰ অন্যতম জনপ্ৰিয় ৰাসখন অনুষ্ঠিত হ'ব । ক'ভিড প্ৰট'কল ৰক্ষা কৰি বিশেষ সাৱধানতা অৱলম্বনেৰে ৰাস অনুষ্ঠিত কৰিব বঢ়মপুৰত ৷

বঢ়মপুৰত পঞ্চদশতম কেন্দ্ৰীয় ৰাস মহোৎসৱ

উল্লেখ্য যে, এই ৰাসথলীত মঞ্চত একেলগে ১৬ গৰাকীয়ে কৃষ্ণৰ নৃত্য কৰাৰ লগতে শংকৰদেৱৰ কেলিগোপাল নাটকৰ আৰ্হিত সম্পূৰ্ণ পৰম্পৰা অটুট ৰাখি ধৰ্মীয় নীতি-নিয়মৰে ৰাস উদযান কৰা হয় ৷ ডিচেম্বৰৰ ৫ তাৰিখে অনুষ্ঠিত হ'বলগীয়া ৰাস লীলাৰ বাবে ইতিমধ্যে ৰাজ্যখনৰ ভিন্ন স্থানৰ পৰা আহি আখৰাত ব্যস্ত হৈছে বহুজন ৷

এই ৰাসথলীত মঞ্চত একেলগে ১৬ গৰাকীয়ে কৃষ্ণৰ নৃত্য কৰে

লগতে পঢ়ক: মা কামাখ্যাৰ আশিস ল'লে ৰাজ্যৰ নৱনিযুক্ত মুখ্য সচিব জিষ্ণু বৰুৱাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.